ETV Bharat / state

বুলবুলৰ প্ৰভাৱ নপৰে অসমতঃ কেৱল মৃদু বৰষুণৰ সম্ভাৱনা উত্তৰ-পূৱত

10 নৱেম্বৰৰ পৰা উত্তৰ-পূৱৰ সাতোখন ৰাজ্যতে বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ উল্লেখ্য যে, বংগোপ সাগৰত সৃষ্টি হোৱা এই ঘূৰ্ণীবতাহৰ গতীবেগ প্ৰতি ঘন্টাত 9 কিলোমিটাৰ বৃদ্ধি পাই আছে আৰু বৰ্তমান ইয়াৰ গতি হৈছে ঘন্টাত 140 কিলোমিটাৰ ৷ অৱশ্যে অসমত কোনে বিশেষ প্ৰভাৱ নপেলায় বুলি জনিবলৈ দিছে বতৰ বিজ্ঞানীয়ে ৷

বুলবুলৰ পৰা সংকটমুক্ত অসমঃকেৱল মৃদু বৰষুণৰ সম্ভাৱনা উত্তৰ-পূৱত
author img

By

Published : Nov 9, 2019, 8:46 PM IST

দক্ষিণ কামৰূপ, 9 নৱেম্বৰঃ পুনৰ আন এক বিধ্বংসী ঘূৰ্ণীবতাহে অশান্ত কৰি তুলিছে বংগোপসাগৰ ৷ বতৰ বিজ্ঞানীসকলে নামাকৰণ কৰা এই ঘূৰ্ণীবতাহজাকৰ নাম হ’ল ‘বুলবুল’ ৷ যাৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে অসমতো ৷ এই ঘূৰ্ণীবতাহজাকৰ ফলতেই আজিৰে পাৰ 12 নৱেম্বৰলৈ উত্তৰ-পূৱতো কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ লগতে এই সময়ছোৱাত ডাৱৰীয়া হৈ থাকিব অসমৰ আকাশ ৷

Strom Bulbul will not cause much effect in North East
বুলবুলৰ পৰা সংকটমুক্ত অসম

আনহাতে, 10 নৱেম্বৰৰ পৰা উত্তৰ-পূৱৰ সাতোখন ৰাজ্যতে বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ উল্লেখ্য যে, বংগোপ সাগৰত সৃষ্টি হোৱা এই ঘূৰ্ণীবতাহৰ গতিবেগ প্ৰতিঘণ্টাত 9 কিলোমিটাৰ বৃদ্ধি পাই আছে আৰু বৰ্তমান ইয়াৰ গতি হৈছে ঘন্টাত 140 কিলোমিটাৰ ৷ অৱশ্যে মাটিলৈ প্ৰৱেশ ঘটাৰ লগে লগে হ্ৰাস পাব ইয়াৰ গতি ৷ বুলবুলে অসমত কোনে বিশেষ প্ৰভাৱ নপেলায় বুলি জানিবলৈ দিছে বতৰ বিজ্ঞানীয়ে ৷ পশ্চিম বংগ হৈ বাংলাদেশলৈ প্ৰৱেশ কৰিব বুলবুলে ৷

Intro:এইবাৰ পুনৰ আন এক বিধ্বংসী ঘূৰ্ণীবতাহে বংগোপসাগৰক অশান্ত কৰি তুলিছে । অসমতো পৰিছে প্ৰভাৱ !Body:Ocvo..এইবাৰ পুনৰ আন এক বিধ্বংসী ঘূৰ্ণীবতাহে বংগোপসাগৰক অশান্ত কৰি তুলিছে । বতৰ বিজ্ঞানীয়ে এই ঘূৰ্ণীবতাহৰ নামকৰণ কৰিছে ‘বুলবুল’ । ইয়াৰ ফলত আজিৰ পৰা নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ উত্তৰ-পুৱত কম পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে । লগতে এই সময়চোৱাত ডাৱৰীয়া হৈ থাকিব ৰাজ্যৰ আকাশ । আনকি অহা ১০ নৱেম্বৰৰ পৰা অসম, মেঘালয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণৰ কথা সদৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । উল্লেখ্য যে বংগোপ সাগৰত সৃষ্টি হোৱা এই ঘুৰ্ণী বতাহ ঘন্টাত ৯ কিলোমিটাৰ বৃদ্ধি পাই আছে বৰ্তমান ইয়াৰ গতি হৈছে ঘন্টাত ১৪০ কিমি । অৱশ্যে এই ঘুৰ্ণী বতাহ মাটিলৈ প্ৰৱেশ ঘটাৰ লগে লগে হ্ৰাস পাব গতি ।Conclusion:অৱশ্যে এই বতাহে অসমত বিশেষ কোনো প্ৰভাৱ নপৰে বুলি জনাই বতৰ বিজ্ঞানীয়ে । এই বুলবুল পশ্চিম বংগ হৈ প্ৰৱেশ কৰিব বাংলাদেশলৈ ।

Bite..DDGM

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.