কামৰূপ, 14 এপ্ৰিলঃ গৰু বিহুৰ ৰাতিপুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ ৷ পুৱাভাগতে অহা প্ৰচণ্ড ধুমুহা ফলত ৰঙিয়াৰ বনগাঁৱৰ এঘৰ মানুহৰ ঘৰৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ ৷ যাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ ৷ আনহাতে, ধুমুহাৰ বাবেই ঘৰৰ ওপৰত এডাল প্ৰকাণ্ড আম গছ উভালি পৰাত ঘৰৰ সকলো সা-সম্পত্তি বিনষ্ট হয় ৷ যাৰ ফলত ঘৰৰ মূল্যৱান সা-সম্পত্তি হেৰুৱাই মূৰে কপালে হাত দিছে গৃহষ্ঠ ভৱেল দাস ৷
ৰঙিয়াত ধুমুহাৰ তাণ্ডৱ - assam news
পুৱাভাগতে অহা প্ৰচণ্ড ধুমুহা ফলত ৰঙিয়াৰ বনগাঁৱৰ এঘৰ মানুহৰ ঘৰৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ ৷ যাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ ৷
ৰঙিয়াত ধুমুহাৰ তাণ্ডৱ
কামৰূপ, 14 এপ্ৰিলঃ গৰু বিহুৰ ৰাতিপুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ ৷ পুৱাভাগতে অহা প্ৰচণ্ড ধুমুহা ফলত ৰঙিয়াৰ বনগাঁৱৰ এঘৰ মানুহৰ ঘৰৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ ৷ যাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ ৷ আনহাতে, ধুমুহাৰ বাবেই ঘৰৰ ওপৰত এডাল প্ৰকাণ্ড আম গছ উভালি পৰাত ঘৰৰ সকলো সা-সম্পত্তি বিনষ্ট হয় ৷ যাৰ ফলত ঘৰৰ মূল্যৱান সা-সম্পত্তি হেৰুৱাই মূৰে কপালে হাত দিছে গৃহষ্ঠ ভৱেল দাস ৷
Intro:ৰাতিপুৱাৰ ধুমুহাত গছ ওভতি পৰিল ঘৰৰ ওপৰত। কথমপি প্ৰাণ ৰক্ষা গৃহস্থৰBody:গৰু বিহুৰ দিনাখন ৰাতিপুৱাই প্ৰচণ্ড বতাহ বৰষুণৰ এজাক ধুমুহা পাৰ হৈ গ'ল অসমৰ মাজেৰে। ঠায়ে ঠায়ে অনিষ্ট হ'ল ঘৰ-দুৱাৰৰ। ৰঙিয়াৰ বনগাওঁত ঘটিল তদ্ৰুপ ঘটনা। ধুমুহাৰ মাজত এডাল আমৰ গছ ওভালি ঠিক ঘৰৰ ওপৰতে পৰিল। সা-সম্পত্তি বিনষ্ট হৈছে যদিও কথমপি ৰক্ষা পৰিল ঘৰ-ঘৰুৱা। মুল্যবান সা-সম্পত্তি হেৰুৱাই মুৰে কপালে হাত দিছে গৃহষ্ঠ ভবেশ দাসে।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা