ETV Bharat / state

সম্পত্তি কেন্দ্ৰীক বিবাদঃ হাজোত মাহী মাকক দাৰে ঘপিয়াই হত্যা পুত্ৰৰ - হত্যাকাণ্ড

দেওবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগলৈ সমীৰ আলীয়ে মাহী মাকক দাৰে আক্ৰমণ কৰে ।

মাহী মাকক দাৰে ঘপিয়াই হত্যা পুত্ৰৰ
author img

By

Published : Jul 8, 2019, 10:44 AM IST

কামৰূপ , ০৮ জুলাই: দেওবাৰে নিশা হাজোৰ চৰাবৰী বিলপাৰত নৃসংশ হত্যাকাণ্ড সংঘটিত হয় । মাহী মাক মজিৰণ খাতুনক দাৰে ঘপিয়াই হত্যা কৰে পুত্ৰ সমীৰ আলীয়ে । জানিব পৰা মতে কিছুদিনৰ পৰা মজিৰণ খাতুনৰ লগত সমীৰ আলীৰ সম্পত্তিৰ ভাগ বতৰাক লৈ বাক-বিতণ্ডা চলি আছিল ।

মাহী মাকক দাৰে ঘপিয়াই হত্যা পুত্ৰৰ

তেনে সময়ত দেওবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগলৈ সমীৰ আলীয়ে মাহী মাকক দাৰে আক্ৰমণ কৰে । ঘটনা সংঘটিত কৰিয়ে অভিযুক্ত সমীৰ আলীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ইপিনে ৰাইজৰ অভিযোগ অনুসৰি তেওঁলোকে গুৰুতৰভাৱে আহত মহিলা গৰাকীক চিকিৎসালয়লৈ নিয়াৰ বাবে ১০৮ক যোগাযোগ কৰাত ১০৮ৰ পৰা কোনো সহাৰি নাাপালে । যাৰ ফলত কিছু সময়ৰ পাচত মজিৰণ খাতুনৰ ঘটনাস্থলীত মৃত্যু হয় বুলি জানিব পৰা গৈছে ।

Intro:

SLUG-HAJO BAILPAR MURDER

08-7-2019

নিশা হাজোৰ চৰাবৰী বিলপাৰত নৃসংশ হত্যাকাণ্ড। মাহী মাক মজিৰন খাতুনক দা ৰে ঘপিয়াই হত্যা কৰিলে ছমীৰ আলী নামৰ পাখণ্ডই ।Body:কিছুদিনৰ পৰা মজিৰন খাতুনৰ লগত ছমীৰ আলীৰ সম্পত্তিৰ ভাগ বতৰাক লৈ চলি আছিল বাক-বিতণ্ডা । দেওবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগত ছমীৰ আলীয়ে দাৰে ঘপিয়াই হত্যা কৰে মাহী মাক মজিৰন খাতুনক ।হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন ছমীৰ আলীৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।Conclusion:উল্লেখ্য যে ঘটনাষ্ঠলীত স্হানীয ৰাইজে উপস্থিত হৈ মহিলা গৰাকীক সংকত জনক অবস্হাত চিকিৎসালযলৈ নিযাৰ বাবে 108ৰ লগত যোগাযোগ কৰাত কোনো ধৰনৰ সহাৰি নাপালে বুলি অভিযোগ কৰিছে স্হানীয ৰাইজে। যাৰ বাবে মজিৰন খাতুনৰ ডেৰ ঘন্টা পলম কৈ ঘটনাষ্ঠলীত মূত্য হয বুলি জানিব পৰা গৈছে।
Byte-১)স্হানীয লোক
২)আৰক্ষী বিষযা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.