ETV Bharat / state

২৪ ঘন্টাৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰিব মৌচুমীয়ে - মৌচুমী

ইয়াৰোপৰি ৯ আৰু ১০ জুনত অসমৰ লগতে ৫ৰাজ্যত প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে  । আনহাতে শুকুৰবাৰে  গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ৩৪.৪ ডিগ্ৰি চেলছিয়াচ  বুলি জনায় বতৰ বিজ্ঞান কেন্দ্ৰই ৷

২৪ ঘন্টাৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰিব মৌচুমীয়ে
author img

By

Published : Jun 7, 2019, 11:45 PM IST

আজাৰা, 7 জুনঃ আগন্তুক ২৪ ঘন্টাৰ ভিতৰত বংগোপ সাগৰ হৈ কেৰেলাত প্ৰৱেশ কৰিব মৌচুমী বতাহে ৷ ইয়াৰ ২-৩ দিন পিছতে উত্তৰ-পুৰ্বাঞ্চল দিশে গতি কৰিব মৌচুমীয়ে । ৮ জুনৰ পৰা ১২ জুনলৈ ঘন্টাত প্ৰায় ৩০/৪০ কিমি গতিবেগত বতাহ বলাৰ লগতে অসম,মেঘালয়,অৰণাচল,মণিপুৰ,মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ধাৰাষাৰ বৰষুণ অহাৰ প্ৰচুৰ সম্ভৱনা কথা জানিবলৈ দিয়ে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ইয়াৰোপৰি ৯ আৰু ১০ জুনত অসমৰ লগতে এই ৫ৰাজ্যত কিছু ঠাইত প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে । আনহাতে শুকুৰবাৰে গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ৩৪.৪ ডিগ্ৰি চেলছিয়াচ বুলি জনায় বতৰ বিজ্ঞান কেন্দ্ৰই ৷

Slug:-As_Kam_7jun_metrolgy_forcast_811-812_vis+bite+photo_as10020

২৪ ঘন্টাৰ ভিতৰত মৌচুমী প্ৰৱেশ কৰিব ভাৰতত । 

Ocvo..২৪ ঘন্টাৰ ভিতৰত মৌচুমী প্ৰৱেশ কৰিব ভাৰতত । আগন্তুক ২৪ ঘন্টাৰ ভিতৰত বংগোপ সাগৰ হৈ কেৰেলাত প্ৰৱেশ কৰিব মৌচুমীয়ে ইয়াৰ ২-৩ দিন পিছতে উত্তৰ-পুৰ্বাঞ্চল দিশে গতি কৰিব মৌচুমীয়ে । ৮ জুনৰ পৰা ১২ জুনলৈ ঘন্টাত প্ৰায় ৩০/৪০ কিমি গতিবেগত বতাহ বলাৰ লগতে অসম,মেঘালয়,অৰণাচল,মণিপুৰ,মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ধাৰাষাৰ বৰষুণ অহাৰ লগতে ৯ আৰু ১০ জুনত অসমৰ লগতে এই ৫ৰাজ্যত কিছু ঠাইত প্ৰৱাল বৰষুণ অহাৰ সম্ভাৱনা আছে । এই আগজাননি সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । আনহাতে আজি শুক্ৰবাৰে গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ৩৪.৪ ডিগ্ৰি চেলছিয়াচ আছিল । 

Bite..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.