পলাশবাৰী 24 জুনঃ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পলাশবাৰী পৌৰসভাৰ ১ নং ৱাৰ্ডৰ সমীপৰ বহ্মপুত্ৰৰ বুকুত প্ৰায় ৩৫ বছৰীয়া এগৰাকী পুৰুষৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হয় । বহ্মপুত্ৰৰ নৈৰ গৰাত মৃতদেহটো লাগি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি পলাশবাৰী নগৰ আৰক্ষী চকীত খবৰ দিয়ে । পিছত পলাশবাৰী আৰক্ষীয়ে নদী আৰক্ষীক খবৰ দিয়ে যদিও বৰ্তমানলৈ নদী আৰক্ষী উপস্থিত হোৱা নাই ঘটনাস্থলীত । অচিনাক্ত মৃতদেহটো উৱলি যোৱা বাবে অতি দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ।
পলাশবাৰীত বহ্মপুত্ৰৰ বুকুত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ - bramaputra
পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পলাশবাৰী পৌৰসভাৰ ১ নং ৱাৰ্ডৰ সমীপৰ বহ্মপুত্ৰৰ বুকুত প্ৰায় ৩৫ বছৰীয়া এগৰাকী পুৰুষৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হয় ।

পলাশবাৰীত বহ্মপুত্ৰৰ বুকুত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ
পলাশবাৰী 24 জুনঃ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পলাশবাৰী পৌৰসভাৰ ১ নং ৱাৰ্ডৰ সমীপৰ বহ্মপুত্ৰৰ বুকুত প্ৰায় ৩৫ বছৰীয়া এগৰাকী পুৰুষৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হয় । বহ্মপুত্ৰৰ নৈৰ গৰাত মৃতদেহটো লাগি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি পলাশবাৰী নগৰ আৰক্ষী চকীত খবৰ দিয়ে । পিছত পলাশবাৰী আৰক্ষীয়ে নদী আৰক্ষীক খবৰ দিয়ে যদিও বৰ্তমানলৈ নদী আৰক্ষী উপস্থিত হোৱা নাই ঘটনাস্থলীত । অচিনাক্ত মৃতদেহটো উৱলি যোৱা বাবে অতি দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ।
পলাশবাৰীত বহ্মপুত্ৰৰ বুকুত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ
পলাশবাৰীত বহ্মপুত্ৰৰ বুকুত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ
Slug:-As_kam_24june_deadbody_recover_at_bharamaputra_801_vis+bite+photo_as10020
পলাশবাৰীত বহ্মপুত্ৰৰ বুকুত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ ।
Ocvo..পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পলাশবাৰী পৌৰসভাৰ ১ নং ৱাৰ্ডৰ সমীপৰ বহ্মপুত্ৰৰ বুকুত প্ৰায় ৩৫ বছৰীয়া এগৰাকী পুৰুষৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয় । নৈৰ গঢ়াত মৃতদেহটো লাগি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি পলাশবাৰী নগৰ আৰক্ষী চকীত খবৰ দিয়ে । পিছত পলাশবাৰী আৰক্ষীয়ে নদী আৰক্ষীক খবৰ দিয়ে যদিও বৰ্তমানলৈ নদী আৰক্ষী উপস্থিত হোৱা নাই ঘটনাস্থলীত । অচিনাক্ত মৃতদেহটো উৱলি যোৱা বাবে অতি দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ।
Bite..police
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam