ETV Bharat / state

পাখি কটা গ’ল বহুবল্কী বিধায়ক শিলাদিত্য দেৱৰ - Assam assembly election

হোজাই বিধানসভা সমষ্টিৰ পৰা বিজেপিয়ে শিলাদিত্য দেৱৰ পৰিৱৰ্তে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ৰামকৃষ্ণ ঘোষক ৷ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আজি দিল্লীত ঘোষণা কৰে তিনিজনীয়া এখন প্ৰাৰ্থী তালিকা ।

as_ghy_siladitya-dev-have-been-kicked-out-from-bjp_img_7206058
প্ৰাৰ্থীত্ব হেৰুৱালে বহুবল্কী বিধায়ক শিলাদিত্য দেৱে
author img

By

Published : Mar 10, 2021, 2:19 PM IST

Updated : Mar 10, 2021, 2:58 PM IST

গুৱাহাটী,১০ মাৰ্চ: অৱশেষত বিজেপিৰ শীৰ্ষ নেতৃত্বই পাখি কাটিলে বিজেপিৰ বহুবল্কী বিধায়ক শিলাদিত্য দেৱৰ । হোজাই বিধানসভা সমষ্টিৰ পৰা বিজেপিয়ে শিলাদিত্য দেৱৰ পৰিৱৰ্তে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ৰামকৃষ্ণ ঘোষক ৷

as_ghy_siladitya-dev-have-been-kicked-out-from-bjp_img_7206058
প্ৰাৰ্থিত্ব হেৰুৱালে বহুবল্কী বিধায়ক শিলাদিত্য দেৱে

বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আজি দিল্লীত ঘোষণা কৰে তিনিজনীয়া এখন প্ৰাৰ্থী তালিকা । সেই অনুসৰি হোজাইত ৰামকৃষ্ণ ঘোষক, হাইলাকান্দিত মিলন দাসক আৰু ছিপাঝাৰত ড৹ পৰমানন্দ ৰাজবংশীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে ৷

পাখি কটা গ’ল বহুবল্কী বিধায়ক শিলাদিত্য দেৱৰ

মন কৰিবলগীয়া যে, সময়ে সময়ে বিভিন্ন বিতৰ্কিত মন্তব্য কৰি অহা বিধায়ক শিলাদিত্য দেৱে শেহতীয়াকৈ দলৰ প্ৰভাৱশালী শীৰ্ষ নেতা ফণীন্দ্ৰ নাথ শৰ্মাৰ বিৰুদ্ধে কেতবোৰ মন্তব্য ৰাজহুৱাকৈ প্ৰকাশ কৰি দলৰ মজিয়াত ধুমুহাৰ সৃষ্টি কৰিছিল ।

লগতে পঢ়ক-অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হ'ম: ৰমাকান্ত দেউৰী

Last Updated : Mar 10, 2021, 2:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.