ETV Bharat / state

শুৱালকুছিত সংঘটিত ধাৰাবাহিক লুটপাতৰ ঘটনা - শুৱালকুছি আৰক্ষী

শুৱালকুছিত সংঘটিত হৈছে ধাৰাবাহিক লুটপাতৰ ঘটনা ৷ অঞ্চলটোৰ কৈৱৰ্তপাৰাৰ কৃষ্ণ মন্দিৰ,কেওঁটপাৰাৰ গোপালকৃষ্ণ সত্ৰ,বংশী গোপাল মন্দিৰ আৰু ৰাজঘাটৰ ভোলেবম মন্দিৰত চোৰে লুটপাত চলাই লৈ যায় সোণ-ৰূপৰ আ-অলংকাৰকে ধৰি নগদ ধন ৷

শুৱালকুছি
ধাৰাবাহিক লুটপাত
author img

By

Published : Jan 21, 2020, 12:54 PM IST

শুৱালকুছি, 21 জানুৱাৰীঃ শুৱালকুছিত সোমবাৰে নিশা সংঘটিত হয় চাৰিটাকৈ লুটপাতৰ ঘটনা ৷ অঞ্চলটোৰ কৈৱৰ্তপাৰাৰ কৃষ্ণ মন্দিৰ,কেওঁটপাৰাৰ গোপালকৃষ্ণ সত্ৰ,বংশী গোপাল মন্দিৰ আৰু ৰাজঘাটৰ ভোলেবম মন্দিৰত চোৰে লুটপাত চলাই লৈ যায় সোণ-ৰূপৰ আ-অলংকাৰকে ধৰি নগদ ধন ৷ পূৰ্বেও শুৱালকুছিত বিভিন্ন সময়ত সত্ৰ-নামঘৰকে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠান আদিত লুটপাতৰ ঘটনা সংঘটিত হৈছিল ৷ তদুপৰি অঞ্চলটোত প্ৰায়ে সংঘটিত হয় গৰু চুৰিৰ ঘটনা ৷

ধাৰাবাহিক লুটপাত

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে যদিও আজিকোপতি সফল হোৱা নাই ৷ নিশা আৰক্ষীয়ে সমগ্ৰ অঞ্চলত তহল দিয়ে যদিও আৰক্ষীৰ চকুত ধূলি মাৰি পলাবলৈ সক্ষম হয় চোৰ ৷ মুঠতে লুটপাত ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে শুৱালকুছি আৰক্ষী ৷

লগতে চাওকঃজীৱন সংগ্ৰাম সম্পৰ্কত মুখ খুলিলে প্ৰবীণ কুমাৰে

Intro:SUALKUCHI BREAKING

👉শুৱালকুছিত নিশা একেলগে নিশা চাৰিটা কৈ মন্দিৰত চোৰৰ লুটপাত। কৈৱৰ্ত পাৰা কৃষ্ণ মন্দিৰ, কেওটপাৰাৰ গোপাল কৃষ্ণ সত্ৰ, বংশী গোপাল মন্দিৰ, আৰু ৰাজঘাটৰ ভলেবম মন্দিৰত চোৰৰ লুটপাত।
চোৰে লুটি নিলে মন্দিৰ কেইটাৰ সোন ৰূপৰ আ অলংকাৰ নগদ ধন। ইয়াৰ পূৰ্বেও শুৱালকুছিত বিভিন্ন সময়ত সত্ৰ নামঘৰ কে ধৰি মাজেসময়ে ব্যৱসায়ী প্ৰতিস্থান মানুহৰ ঘৰ আৰু কেইবাদিনো নিশা গোহালীৰ পৰা গৰু চুৰি ঘটনা সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে চোৰ ধৰিবলৈ আজিলৈকে সক্ষম হোৱা নাই । দৈনিক নিশা আৰক্ষীয়ে সমগ্ৰ গাঁওখনতে তহল দিয়ে যদিও আৰক্ষীৰ চকুত ধূলি দি চোৰে চলালে লুট-পাত, কবলৈ গলে চোৰৰ উপদ্ৰৱ ৰোধ কৰাত সম্পূৰ্ন ব্যৰ্থ শুৱালকুছি আৰক্ষী ।Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.