ETV Bharat / state

ৰঙিয়াত দ্ৰুতবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা

ৰঙিয়াত দ্ৰুতবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা ৷ সংকটজনক অৱস্থাত মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ৷

গুৰুতৰভাৱে আহত মহিলা
ৰঙিয়াত পথ দুৰ্ঘটনা
author img

By

Published : Nov 28, 2020, 8:44 PM IST

ৰঙিয়া, 28 নৱেম্বৰ : ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নলবাৰী অভিমুখী AS 01 BZ 0365 নম্বৰৰ দ্ৰুতবেগী চুইফট বাহনে খুন্দিয়ালে মহিলাক ‌। মহিলাগৰাকী ৰঙিয়া ৰেল ষ্টেচনৰ দিশৰ পৰা আহি ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তেই এই দুৰ্ঘটনা সংঘটিত হয় ।

স্থানীয় ৰাইজে ততাতৈয়াকৈ মহিলাগৰাকীক ভৰ্তি কৰোৱায় ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত । পাছত সংকটজনক অৱস্থাত মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । বৰ্তমানলৈকে মহিলাগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : গগৈ বনাম মহন্তঃ কোনে দিছিল অসমৰ অৰ্থনীতিক নতুন গতি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.