ETV Bharat / state

ৰঙিয়াৰ 60 নং তিনিআলি ভোট কেন্দ্ৰত EVM বিকল

ৰাতিপুৱাৰে পৰা শাৰী পাতি ভোটাৰ সকল ক্ষুব্ধ হৈ পৰে যদিও নিৰ্বাচনী বিষয়াৰ নেতৃত্বত পৰিস্থিত নিয়ন্ত্ৰণলৈ আহে ।

author img

By

Published : Apr 18, 2019, 8:14 AM IST

ৰঙিয়াৰ ৬০ নং তিনিআলি ভোট কেন্দ্ৰত EVM বিকল

ৰঙিয়া, ১৮ এপ্ৰিলঃ ৰঙিয়াৰ তিনিআলিৰ বেছিক ট্ৰেইনিঙৰ 60 নং উইঙত EVM বিকল হোৱাৰ বাবে এতিয়ালৈকে ভোটগ্ৰহণ আৰম্ভ হোৱা নাই কেন্দ্ৰটোত ।

আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰঙিয়াৰ তিনিআলিৰ বেছিক ট্ৰেইনিঙৰ 60 নং ভোটকেন্দ্ৰটোত EVM বিকল হোৱাত অতিষ্ঠ হৈ পৰে ভোটাৰ সকল । ৰাতিপুৱাৰে পৰা শাৰী পাতি ভোটাৰ সকল ক্ষুব্ধ হৈ পৰে , অৱশেষত নিৰ্বাচনী বিষয়াৰ নেতৃত্বত পৰিস্থিত নিয়ন্ত্ৰণলৈ আহে ।

Intro:Body:ৰঙিয়া তিনিআলিৰ বেছিক ট্ৰেইনিঙৰ ৬০নং উইঙত মেছিনৰ খেলিমেলিৰ বাবে এতিয়ালৈকে ভোটগ্ৰহণ আৰম্ভ হোৱা নাই। নিৰ্বাচনী বিষয়া নিজেই উপষ্ঠিত হৈ পৰিষ্ঠিতি চম্ভালে।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.