ETV Bharat / state

ছয়গাঁৱৰ গোবৰ্ধনত ৰে’লৰ খুন্দাত এজন নিহত

author img

By

Published : Jan 23, 2020, 11:50 PM IST

ছয়গাঁৱৰ গোৱৰ্ধনত ৰে’লৰ চেপাত নিহত হয় এক নং জিয়াকুৰ গাঁৱৰ বীৰেন কলিতা নামৰ লোক ৷

ছয়গাঁৱৰ গোবৰ্ধনত ৰে’লৰ খুন্দাত এজন নিহত
ছয়গাঁৱৰ গোবৰ্ধনত ৰে’লৰ খুন্দাত এজন নিহত

ছয়গাঁও, 23 জানুৱাৰীঃ বৃহস্পতিবাৰে ছয়গাঁও থানাৰ অন্তৰ্গত গোৱৰ্ধনত ৰে’লৰ চেপাত নিহত হয় এজন লোক ৷ নিহত লোকজন ১ নং জিয়াকুৰ গাঁৱৰ বীৰেন কলিতা বুলি চিনাক্ত কৰা হৈছে ৷

সন্ধিয়া ৰে’লৰ চেপাত সংঘটিত হয় এই কৰুণ ঘটনাটো ৷ কামাখ্যা যোগীঘোপা ৰে’লপথত ৰে’লৰ চেপাত ক্ষত-বিক্ষত হৈ পৰে লোক জনৰ মৃতদেহটো ৷ অৱশ্যে এইয়া দুৰ্ঘটনা নে আত্মহত্যা সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷

Intro:ছয়গাঁৱৰ গোৱৰ্ধনত ৰে’লৰ চেপাত এজন নিহত ৷ নিহত লোকজন ১ নং জিয়াকুৰ গাঁৱৰ বীৰেন কলিতা বুলি চিনাক্ত কৰা হৈছে ৷Body:ছয়গাঁৱত ৰে’লৰ চেপাত এজন নিহত

ছয়গাঁও ২৩ জানুৱাৰী : ছয়গাঁও থানাৰ অন্তৰ্গত গোৱৰ্ধনত আজি সন্ধিয়া ৰে’লৰ চেপাত এজন লোক নিহত হয় । কামাখ্যা যোগীঘোপা ৰে’লপথত ৰে’লৰ চেপাত চিন্ন ভিন্ন হৈ যোৱা লোকজন কুকুৰমাৰাৰ ওচৰৰ ১ নং জীয়াকুৰ গাঁৱৰ বীৰেন কলিতা বুলি জানিব পৰা গৈছে। এয়া প্ৰকৃততে আত্মহত্যা নে দুৰ্ঘটনা সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.