ETV Bharat / state

উত্তৰ গুৱাহাটীত খাদ্যত বিষক্ৰিয়া, শিশুসহ বহুকেইজন আক্ৰান্ত - লেঙা

নামঘৰত প্ৰসাদ আৰু চাহ-গজা খায় গুৰুতৰ ভাৱে অসুস্থ হ'ল উত্তৰ গুৱাহাটীৰ লেঙাবাসী ৷ আক্ৰান্ত সকলক চিকিৎসালয়ত ভৰ্তি ৷

উত্তৰ গুৱাহাটীত খাদ্যত বিষক্ৰিয়া, শিশুসহ বহুকেইজন আক্ৰান্ত
author img

By

Published : Jul 7, 2019, 5:08 PM IST

উত্তৰ গুৱাহাটী, 7 জুলাইঃ উত্তৰ গুৱাহাটীৰ দক্ষিণ লেঙাত খাদ্যত বিষক্ৰিয়া হৈ ডেৰ শতাধিক লোক আক্ৰান্ত । নামঘৰত প্ৰসাদ আৰু চাহ-গজা খায় গুৰুতৰভাৱে অসুস্থ হ'ল উত্তৰ গুৱাহাটীৰ লেঙাবাসী । সৎসংঙ্গ ঝাৰখণ্ডৰ পৰা অহা কেইগৰাকীমান ঠাকুৰে প্ৰদান কৰা প্ৰসাদ আৰু চাহ-গজা খাই অসুস্থ হৈ পৰাৰ অভিযোগ অঞ্চলবাসীৰ ।

উত্তৰ গুৱাহাটীত খাদ্যত বিষক্ৰিয়া, শিশুসহ বহুকেইজন আক্ৰান্ত

শনিবাৰে নিশাৰ পৰা অঞ্চলটোৰ লোক সকল আক্ৰান্ত হয় শৌচ, বমি আৰু ডায়েৰীয়াত । শিশুৰ পৰা পুৰুষ-মহিলালৈ বৃহত্তৰ চুবুৰীটোৰ সকলো লোক আক্ৰান্ত হ'ল ভয়াৱহ বিষক্ৰিয়াত । ডেৰ শতাধিকৰো অধিক লোক এই বিষক্ৰিয়া আক্ৰান্ত হোৱাৰ তথ্য প্ৰদান কৰিছে অঞ্চলবাসীয়ে । ইয়াৰে প্ৰায় ২৫-৩০ গৰাকী ব্যক্তিক তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । ইফালে একাংশ আক্ৰান্তক স্থানীয় লোক সকলে প্ৰেৰণ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ।

আৰু পঢ়কঃ নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাতঃ গুৰুতৰভাৱে আহত ছয়জন

Intro:*SLUG= NORTH GHY FOOD POISING*

👉ৰাজ্যত পুনৰ খাদ্য বিষক্ৰিয়াৰ ঘটনা ।

👉এইবাৰ ঘটনাৰ স্থান উত্তৰ গুৱাহাটীৰ লেঙাত ।

👉ধৰ্মীয় অনুষ্ঠানৰ বুট-মাহ,চাহ-গজা খায় আক্ৰান্ত ডেৰ শতাধিক গঞা ।

👉খাদ্য বিষক্ৰিয়াত আক্ৰান্তক ভৰ্তী তোলাৰাম বাফনাত কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত ।
👉আক্ৰান্ত সকলৰ ভিতৰত আছে কেইটাও শিশু ।

Body:SCRIPT= উত্তৰ গুৱাহাটীত খাদ্য বিষক্ৰিয়া । উত্তৰ গুৱাহাটী দক্ষিন লেঙাত খাদ্যত বিষক্ৰিয়া হৈ ডেৰ শতাধিক লোক আক্ৰান্ত । নামঘৰত প্ৰসাদ আৰু চাহ-গজা খায় গুৰুতৰ ভাৱে অসুস্থ হ'ল বৃহত্তৰ চুবুৰীবাসী । সৎ সংঙ্গ ঝাৰখণ্ডৰ পৰা অহা কেইগৰাকী মান ঠাকুৰে প্ৰদান কৰা প্ৰসাদ আৰু চাহ-গজা খাই অসুস্থ হৈ পৰাৰ অভিযোগ অঞ্চলবাসীৰ । নিশাৰ ভাগৰ পৰা অঞ্চলটোৰ লোক সকল আক্ৰান্ত হয় শৌচ,বমী আৰু ডায়েৰীয়াত । শিশুৰ পৰা পুৰুষ-মহিলালৈ বৃহত্তৰ চুবুৰীটোৰ সকলো লোক আক্ৰান্ত হ'ল ভয়াৱহ বিষক্ৰিয়াত । ডেৰ শতাধিকৰো অধিক লোক এই বিষক্ৰিয়া আক্ৰান্ত হোৱাৰ তথ্য প্ৰদান কৰিছে অঞ্চলবাসীয়ে । ইয়াৰে প্ৰায় ২৫-৩০ গৰাকী ব্যক্তিক তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তী কৰা হৈছে । ইফালে একাংশ আক্ৰান্তক স্থানীয় লোক সকলে প্ৰেৰন কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ । তোলাৰাম বাফনা জিলা অসামৰিক চিকিৎসালয়ৰ তৰফৰ পৰা বিষক্ৰিয়ত আক্ৰান্ত ৰোগী সকলচ প্ৰাৰ্য মানে চিকিৎসা প্ৰদান কৰি থকা হৈছেConclusion:অৱশ্যে চিকিৎসালয়খনৰ সূত্ৰই ঘটনাৰ প্ৰকৃত কাৰন এতিয়াও উল্লেখ কৰা নাই যদিও উত্তৰ গুৱাহাটী লেঙাৰ ৰাইজে বুট-মাহ আৰু চাহ-গজা খোৱাৰ পিছতে এই পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি উল্লেখ কৰিছে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.