- মেৰামতিৰ এমাহৰ পাছতে চপৰা চপৰে খহিছে পুৰণি শৰাইঘাট দলঙৰ ওপৰ অংশ
- দলংখনৰ বিভিন্ন স্থানত এৰাই গৈছে কংক্ৰীট
- 9 কোটি টকা ব্যয়েৰে ৰে'ল বিভাগে মেৰামতি কৰিছিল পুৰণি দলংখন
- ক্ষোভিত শৰাইঘাটেৰে পাৰাপাৰ হোৱা লোকসকল
- ৰে'ল বিভাগৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰাৰ অভিযোগ
শৰাইঘাটৰ মেৰামতিৰ নামত নিম্নমানৰ কামৰ অভিযোগ - শৰাইঘাট
দলংখনৰ বিভিন্ন স্থানত এৰাই গৈছে কংক্ৰীট ৷ 9 কোটি টকা ব্যয়েৰে ৰে'ল বিভাগে মেৰামতি কৰিছিল পুৰণি দলংখন ৷
মেৰামতিৰ নামত নিম্নমানৰ কামৰ অভিযোগ
- মেৰামতিৰ এমাহৰ পাছতে চপৰা চপৰে খহিছে পুৰণি শৰাইঘাট দলঙৰ ওপৰ অংশ
- দলংখনৰ বিভিন্ন স্থানত এৰাই গৈছে কংক্ৰীট
- 9 কোটি টকা ব্যয়েৰে ৰে'ল বিভাগে মেৰামতি কৰিছিল পুৰণি দলংখন
- ক্ষোভিত শৰাইঘাটেৰে পাৰাপাৰ হোৱা লোকসকল
- ৰে'ল বিভাগৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰাৰ অভিযোগ
Intro:*SARAIGHAT OLD BRIDGE BROKEN SCRIPT*
👉ৰাজ্যবাসীৰ বাবে দু:খবৰ।
👉 পুনৰ তীব্ৰ যান-যটৰ সন্মুখীন হবলগীয়া হব পাৰে শৰাইঘাট দলংত।
👉 পুন:নিৰ্মাণৰ এমাহ নোহওতেই চপৰা চপৰে খহিছে পুৰণি শৰাইঘাট দলংৰ ওপৰ অংশ ।
👉যি কোনো মুহূৰ্ত্ততে শৰাইঘাট দলংত দুৰ্ঘটনা।Body:
👉 ৯ কোটি টকা ব্যয়ৰে ৰেলৱে বিভাগে নিৰ্মাণ কৰিছিল শৰাইঘাটৰ পুৰণি দলং।
👉অসম চৰকাৰৰ পৰা ৩ মাহ সময় লৈ নিৰ্মাণ কৰি এই ৰেলৱে বিভাগে পুন:নিৰ্মাণ কৰিছিল দলংখন।
👉 ৰেলৱে বিভাগৰ নিন্মমানৰ কামৰ নমুনাত তীব্ৰ ক্ষোভ শৰাইঘাট পাৰাপাৰ হোৱা যাত্ৰীৰ।
Conclusion:
👉 দলংৰ সংযুক্ত ঠাইত এলুমিনিয়াম ব্যৱহাৰ কৰা বাবে দলং খহিছে বুলি ৰেলৱে বিভাগৰ স্বীকাৰোক্তি।
👉শীঘ্ৰে নিৰ্মাণ কৰা হব বুলি প্ৰতিশ্ৰুতি ৰেলৱে বিভাগৰ।