ETV Bharat / state

বাইহাটা চৰিআলিত পথত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ

author img

By

Published : Jul 17, 2019, 2:01 PM IST

অঞ্চলটোৰ প্ৰায় ১৫খন গাঁৱৰ মানুহ অহা যোৱা কৰা পথটোৰ দুৰৱস্থাৰ বাবে ৰাইজে অতিৰিক্তভাৱে ৰাষ্ট্ৰীয় ঘাইপথলৈ বহু দূৰ ঘূৰি যাবলগীয়া হয় ।

ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ

বাইহাটা,১৭ জুলাই: গুৱাহাটীৰ পৰা মাত্ৰ ৩৫ কিলোমিটাৰ নিলগত বাইহাটা চৰিআলিৰ অন্তৰ্গত মুক্তাপুৰ আমৰ তল-মনুৰ সংযোগী গ্ৰাম্য পথটোৰ বিধ্বস্ত ৰূপৰ বাবে সাধাৰণ ৰাইজে জ্বলা-কলা খাব লগীয়া হৈছে। এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰে এই পথটো। বাৰম্বাৰ আবেদন কৰাৰ পাচতো জনপ্ৰতিনিধিয়ে পথটো মেৰামতি নকৰাৰ ৰাইজে আজি পথটোত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে।

ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ

অঞ্চলটোৰ প্ৰায় ১৫ খন গাঁৱৰ মানুহ অহা যোৱা কৰা পথটোৰ দুৰৱস্থাৰ বাবে ৰাইজে অতিৰিক্তভাৱে ৰাষ্ট্ৰীয় ঘাই পথলৈ বহু দূৰ ঘূৰি যাবলগীয়া হয় । ইপিনে পথটোৰ দুৰৱস্থাৰ বাবে ঠেলাৰে ৰোগীক চিকিৎসালয়লৈ নিব লাগে বুলিও অভিযোগ কৰে স্থানীয় ৰাইজে। ইয়াৰোপিও কণ কণ ছাত্ৰ ছাত্ৰী সকলে বিপদ সংকুল ভাৱে বিদ্যালয়লৈ যাবলগীয়া হয়। ৰাইজৰ অভিযোগ অনুসৰি ৰজাঘৰীয়াৰ ওচৰত অঞ্চলবাসীয়ে বাৰম্বাৰ আবেদন কৰাৰ পিচতো চকু মেল নোখোৱাত অঞ্চলটোৰ ৰাইজে পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে। লগতে বিধায়ক সত্যব্ৰত কলিতাই পথটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ মনোযোগ নিদিয়াৰো অভিযোগ স্থানীয় ৰাইজে। সেয়ে প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়,গড়কাপ্তানী বিভাগ হায় হয় আদি বিভিন্ন চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তুলে সমগ্ৰ পৰিৱেশ।

Intro:Slug:---Baihata Bad Road

V/O:বাইহাটা চৰিআলিৰ এটা পথে যমৰ যান্ত্ৰনা ভোগাইছে ৰাইজক ।গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ ৩৫ কি:মি: নিলগত থকা মুক্তাপুৰ আমৰ তল-মনুৰ সংযোগী গ্ৰাম্য পথৰ চাওক বিদ্ধস্ত জৰাজীৰ্ণ ৰূপ।এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰে এই পথ। অঞ্চলটোৰ প্ৰায় ১৫ খন গাৱৰ মানুহ অহা যোৱা কৰা পথটোৰ দুৰৱস্থাৰ বাবে অতিৰিক্ত ভাবে বহু দূৰ ঘূৰি যাৱ লগীয়া হয় ৰাষ্ট্ৰীয় ঘাই পথলৈ । পথটোৰ দুৰৱস্থাৰ বাবে ঠেলাৰে ৰোগীক চিকিৎসালয়লৈ নিব লাগে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে । বিপদ সংকুল ভাবে কণ কণ ছাত্ৰ ছাত্ৰীয়ে যালগীয়া হয় বিদ্যালয়লৈ । ৰজাঘৰীয়াৰ ওচৰত অঞ্চল বাসীয়ে বাড়াম্বাৰ আবেদন কৰাৰ পিচতো চকু মেল নোখোৱাত পথত ভূই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে অঞ্চলটোৰ ৰাইজে । অসম চৰকাৰ হায় হায় , গড়কাপ্তানী বিভাগ হায় হয় আদি ধ্বনিৰে উত্তাল কৰিলে পৰিবেশ । বিধায়ক সত্যব্ৰত কলিতাক পথটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰনৰ মনোযোগ নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ।
বইট:-----
বাইট:-----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.