ETV Bharat / state

বৰ্ধিত হাৰত অহা বিদ‍্যুতৰ মাচুলে বিপদত পেলাইছে তুলসীবাৰীৰ দৰিদ্ৰ ৰাইজক - চৰকাৰী আঁচনি সৌভাগ্য

দুটা লাইট, এখন ফেন থকা স্বত্বেও প্ৰতিটো মাহতে এহেজাৰৰো অধিক পৰ্যন্তলৈ বৰ্ধিত হাৰত অহা বিদ‍্যুতৰ মাচুলে এতিয়া বিপদত পেলাইছে ৰঙিয়াৰ তুলসীবাৰী অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰাইজক ৷

বৰ্ধিত হাৰত অহা বিদ‍্যুতৰ মাচুল
বৰ্ধিত হাৰত অহা বিদ‍্যুতৰ মাচুল
author img

By

Published : Mar 4, 2020, 9:24 AM IST

ৰঙিয়া, 4 মাৰ্চঃ ৰঙিয়াৰ তুলসীবাৰী অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰাইজক চৰকাৰী আঁচনি 'সৌভাগ্য' আঁচনিৰ জৰিয়তে বিদ‍্যুৎ যোগান ধৰিছিল নবোদয় ফিডাৰে ৷ কিন্তু বিদ‍্যুতৰ বিলে বৰ্তমান বিপদত পেলাইছে অঞ্চলবাসীক ৷ প্ৰতিটো মাহতে এহেজাৰৰো অধিক অহা বিলৰ বাবে বিপদত পৰিছে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰাইজ ৷ এই সম্পৰ্কত বহুবাৰ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক জনাইছে যদিও মিটাৰ বেয়া বুলি কৈ সলনি কৰি দিয়াৰ পিচতো একে ঘটনাৰে পুনৰাবৃত্তি হয় ৷ সৰহভাগ লোকৰ ঘৰত দুটা লাইট, এখন ফেন থকা স্বত্বেও বৰ্ধিত হাৰত অহা বিদ‍্যুতৰ মাচুলে বিপদত পেলাইছে তুলসীবাৰীৰ ৰাইজক ৷

বিদ‍্যুতৰ মাচুলে বিপদত পেলাইছে তুলসীবাৰীৰ দৰিদ্ৰ ৰাইজক

লগতে পঢ়কঃ নতুন বাজেটে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব বুলি আশাবাদী ৰাজ্যৰ জনসাধাৰণ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.