ETV Bharat / state

আমিনগাঁৱত মুকলি বিনামূলীয়া আইনী সাহায্য় কেন্দ্ৰ

আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে মুকলি আইনী সাহায্য় কেন্দ্ৰ

author img

By

Published : Feb 27, 2019, 2:05 PM IST

বিনামূলীয়া আইনী সাহায্য় কেন্দ্ৰ মুকলি

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী : আমিনগাঁৱৰ ন্যায়িক আদালতৰ চৌহদত সাধাৰণৰ ৰাইজৰ বাবে মুকলি কৰা হয় বিনামূলীয়া আইনী সাহায্য় কেন্দ্ৰ । আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে মুকলি এই আইনী সাহায্য় কেন্দ্ৰ । যাৰ দ্বাৰা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকে আবেদন সাপেক্ষে দণ্ডাধীশৰ জড়িয়তে লাভ কৰিব চৰকাৰী উকিলৰ সহায় ।

বিনামূলীয়া আইনী সাহায্য় কেন্দ্ৰ মুকলি
মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ উজ্বল ভূঞাই এই কেন্দ্ৰৰ উদ্বোধন কৰি এই আঁচনিৰ দ্বাৰা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকল যথেষ্ট উপকৃত হ'ব বুলি মত প্ৰকাশ কৰে । ইপিনে এই কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ আৰু কামৰূপ জিলা দণ্ডাধীশ আৰ. এ. টাড্ডাৰ উপস্থিত থাকে

SLUG= AMINGAON DLSA FRONT OFFICE CUM INAUGURATION*

SCRIPT= আদালতৰ দুৱাৰে দুৱাৰে আৰু আপুনি মুখ থেকেচা খাব নালাগে । দুখীয়া নিচলা গাওঁৰ হোজা লোকে আদালতৰ বাট কুৰি বাই হাবাঠুৰি খাব নালাগে ।  কামৰূপ জিলাত আজিৰে আৰম্ভ হৈছে FRONT OFFICE OF DISTRICT LEGAL SERVICE AUTHORITY । FRONT OFFICE OF DISTRICT LEGAL SERVICE AUTHORITY য়ে  পঢ়া শুনা নজনা নাইবা দুখীয়া নিচলা লোকক কোৰ্ট আদালতৰ কাম-কাজত সহায় কৰিব 
। FRONT OFFICE OF DISTRICT LEGAL SERVICE AUTHORITY শুভ উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়লয়ৰ ন্যায়ধীশ উজ্বল ভূঞাই । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য কামৰূপ জিলা দণ্ডাধীশ R.A TAPADAR । এই আঁচনিয়ে দুখীয়া ৰাইজক যথেষ্ট উপকৃত কৰিব বুলি আশাবাদী ন্যায়ধিক উজ্বল ভূঞা । আনহাতে কোনো দুখীয়া লোকে যদি অৰ্থৰ অভাৱত উকিল ধৰিবলৈ আৰ্থিকভাৱে দুৰ্বল তেনে লোকক আবেদন সাপেক্ষে দণ্ডাধীশৰ জড়িয়তে লাভ কৰিব চৰকাৰী উকিলৰ সহায় ।= BYTE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.