ছয়গাঁও, 20 জুলাইঃ ছয়গাঁৱৰ 2 নং জামবাৰীত জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ শনিবাৰে জি এম চি এইছত ফাতেমা বেগম নামৰ এটা 7 বছৰীয়া শিশুৰ মৃত্যু হয় । উল্লেখযোগ্য যে, এই ৰোগত আক্ৰান্ত হৈ যোৱা 18 জুলাইত ফজল আলী (15) নামৰ আন এটা কিশোৰৰ মৃত্যু হৈছিল । ইয়াৰোপৰি নাছিৰ আলী (36) নামৰ ছয়গাঁৱৰে অন্য এজন লোকো জি এম চি এইচত চিকিৎসাধীন হৈ আছে । জাপানিজ এনকেফেলাইটিছৰ এনে সংহাৰী ৰূপ দেখি শংকিত হৈ পৰা ৰাইজে অঞ্চলটোত ফোগিং মেচিনেৰে ধোৱা বিয়পাবলৈ প্ৰশাসনক আহ্বান জনোৱাৰ লগতে তেজ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে ।
ছয়গাঁৱত জাপানিজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ - death
জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজনৰ পাছত এজনকৈ মৃত্যু ছয়গাঁৱত, প্ৰশাসনক ব্যৱস্থা গ্ৰহৰ দাবী
ছয়গাঁও, 20 জুলাইঃ ছয়গাঁৱৰ 2 নং জামবাৰীত জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ শনিবাৰে জি এম চি এইছত ফাতেমা বেগম নামৰ এটা 7 বছৰীয়া শিশুৰ মৃত্যু হয় । উল্লেখযোগ্য যে, এই ৰোগত আক্ৰান্ত হৈ যোৱা 18 জুলাইত ফজল আলী (15) নামৰ আন এটা কিশোৰৰ মৃত্যু হৈছিল । ইয়াৰোপৰি নাছিৰ আলী (36) নামৰ ছয়গাঁৱৰে অন্য এজন লোকো জি এম চি এইচত চিকিৎসাধীন হৈ আছে । জাপানিজ এনকেফেলাইটিছৰ এনে সংহাৰী ৰূপ দেখি শংকিত হৈ পৰা ৰাইজে অঞ্চলটোত ফোগিং মেচিনেৰে ধোৱা বিয়পাবলৈ প্ৰশাসনক আহ্বান জনোৱাৰ লগতে তেজ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে ।
মৃত শিশুটো ইছলাম আলীৰ কন্যা ফাতেমা বেগম। জি এম চি এইচত চিকিৎসাধীন হৈ আছে গাঁওখনৰ আন এজন ব্যক্তি। একেটা ৰোগতে আক্ৰান্ত লোকজন নাছিৰ আলী (৩৬)। যোৱা ১৮ জুলাইতো মৃত্যু হয় ফজল আলী (১৫) নামৰ এটা কিশোৰৰ। অঞ্চলটোত ফোগিং মেচিনেৰে ধোৱা বিয়পাবলৈ ৰাইজে প্ৰশাসনক আহ্বান জনাইছে। লগতে তেজ পৰীক্ষা কৰাৰ দিহা কৰিবলৈ অনুৰোধ জনাইছে ৰাইজে।Conclusion: