ETV Bharat / state

পাঠশালাত চিকিৎসকৰ ভুলৰ বাবেই মৃত্যু কিশোৰীৰ - পাঠশালা

কৰিমগঞ্জ আৰু মাজুলীৰ পিচতেই বজালীত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এগৰাকী 15 বছৰীয়া ছাত্ৰীৰ ৷

এনকেফেলাইটিছঃ মৃত্যু 15 বছৰীয়া কিশোৰীৰ
author img

By

Published : Jun 30, 2019, 9:27 PM IST

পাঠশালা, ৩০ জুন: বজালীৰ বাগনাত এক শোকাৱহ ঘটনা ৷ জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে এগৰাকী 15 বছৰীয়া ছাত্ৰী ৷ মৃত অংকিতা দাস বাগনা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল ৷ ছাত্ৰীগৰাকীৰ মৃত্যুৰ পাছতেই জাপানী এনকেফেলাইটিছক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ছাত্ৰীগৰাকীৰ ৷

এনকেফেলাইটিছঃ মৃত্যু 15 বছৰীয়া কিশোৰীৰ

লক্ষ্যণীয় যে, পাঠশালা চিকিৎসকৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ উত্থাপন পৰিয়ালবৰ্গৰ ৷ কাৰণ জাপানী এনকেফেলাইটিছ ৰোগ চিনাক্ত কৰিব নোৱাৰি ভুল চিকিৎসা প্ৰদান কৰিছিল পাঠশালাৰ চিকিৎসকে ৷ যাৰ বাবে মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা বুলি পৰিয়ালে গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ৷

Intro:Pathsala japani enkephelities

বানপানী ৰ মাজতে বজালী ত অঘটন ll

জাপানী এনকেফেলাইটিছ ত আক্ৰান্ত হৈ 15 বছৰীয়া ছাত্ৰী ৰ মৃত্যু ll
Body:Pathsala japani enkephelities

পাঠশালা,৩০জুন: বানপানী ৰ মাজতে অাজি বজালী ৰ বাগনাত সংঘটিত হয় এক শোকাৱহ ঘটনা l জাপানী এনকেফেলাইটিছ ৰোগ ত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে এগৰাকী 15 বছৰীয়া ছাত্ৰী lমৃত অংকিতা দাস বাগনা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী l স্বাভাৱিক তে বিষয় টোক কেন্দ্ৰ কৰি
অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ll
তদুপৰি জাপানী এনকেফেলাইটিছ ক কেন্দ্ৰ কৰি শংকিত হৈ পৰিছে বাগনা বাসী ll আনহাতে
পাঠশালা ত চিকিৎসকৰ বিৰুদ্ধে ভূল চিকিৎসাৰ অভিযোগ উত্থাপন হৈছে l কাৰণ জাপানী এনকেফেলাইটিছ ৰোগ চিনি নাপাই ভূল চিকিৎসা কৰাৰ পৰিনতিত ছাত্ৰী গৰাকী এনেদৰে কৰুন মৃত্যুক আকোৱালি লব লগীয়া হোৱা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰিছে l ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় এ ছাত্ৰী গৰাকী জাপানী এনকেফেলাইটিছ ৰোগ ত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা বুলি নিশ্চিত কৰিছে l উল্লেখযোগ্য যে মৃত ছোৱালী গৰাকী জনপ্ৰিয় কণ্ঠশিল্পী বেবী কুইন ৰ খুড়াকৰ ছোৱালী ভণ্টি l

Conclusion:Byte - baby queen
Byte - মোমায়েক
Video-2
Photo-1
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.