ETV Bharat / state

পলাশবাৰীত কেবৰ প্ৰতিবাদ কৰিবলৈ গৈ নিহত 1

author img

By

Published : Dec 13, 2019, 8:39 PM IST

Updated : Dec 13, 2019, 9:30 PM IST

পলাশবাৰী
পলাশবাৰীত কেবৰ প্ৰতিবাদ কৰিবলৈ গৈ নিহত 1

20:11 December 13

কামৰূপ, 13 ডিচেম্বৰঃ পলাশবাৰীত কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ নিহত হ'ল এজন যুৱক । নিহত যুৱকজনৰ নাম দেৱজিৎ ভূঞা । প্ৰতিবাদ কৰিবলৈ আহোতে টেম্পোৱে মহতিয়াইছিল দুই যুৱকক । নিহত যুৱকজন পলাশবাৰী আগিছিয়াৰ বুলি চিনাক্ত । আনহাতে,  দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন এজন যুৱক GMCH ত চিকিৎসাধীন ।

Intro:Body:

পলাশবাৰীত কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ নিহত হ'ল এজন যুৱক । নিহত যুৱকজনৰ নাম দেৱজিৎ ভূঞা । যুৱকজন পলাশবাৰী আগিছিয়াৰ । প্ৰতিবাদ কৰিবলৈ আহোতে টেম্পোৱে মহতিয়াইছিল দুই যুৱকক । আনহাতে গুৰুত্বৰভাৱে এজন যুৱক GMCHত চিকিৎসাধীন ।

Conclusion:
Last Updated : Dec 13, 2019, 9:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.