ETV Bharat / state

চাকৰিৰ প্ৰতিশ্ৰুতিৰে প্ৰৱঞ্চনাঃ ৰাইজে ধৰি গটাই দিলে আৰক্ষীক !

author img

By

Published : May 21, 2019, 1:45 PM IST

Updated : May 21, 2019, 1:54 PM IST

এশ গৰু মাৰিলে বাঘৰো মৰণ । চাকৰি দিম বুলি নানান প্ৰলোভনেৰে ৰঙিয়াৰ বঙালীকুছিৰ বহুলোকৰ পৰা টকা লৈ আৰক্ষীৰ জালত পৰিল এগৰাকী ৷

লাখ লাখ টকা লুটি আৰক্ষীৰ জালত এগৰাকী

ৰঙিয়া, 21 মে' : এশ গৰু মাৰিলে বাঘৰো মৰণ । জালত পৰিল চাকৰি দিম বুলি নানান প্ৰলোভনেৰে ৰঙিয়াৰ বঙালীকুছিৰ বহুলোকৰ লাখ লাখ টকা আত্মসাৎ কৰা জাকিৰ হুছেইন নামৰ এগৰাকী লোক । চাকৰিৰ লোভ দেখুৱাই অঞ্চলটোৰ বহুলোকৰ পৰা ধন আত্মসাৎ কৰা গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী হুছেইনক ৰাইজে ধৰিবান্ধি গতাই দিলে আৰক্ষীক ৷
বিভিন্ন বিভাগত চাকৰি দিম বুলি ৰঙিয়াৰ বঙালিকুছিৰ কেইবাজনো লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল কামৰূপ জিলাৰ আমিনগাঁৱৰ গড়কাপ্টানি বিভাগত কৰ্মৰত কৰ্মচাৰীজনে ।

লাখ লাখ টকা লুটি আৰক্ষীৰ জালত এগৰাকী

প্ৰৱঞ্চকজনে চাৰি বছৰ উকলি যোৱাৰ পাচতো নানান চলাহী কথাৰে লোকসকলক আভুৱা ভাৰি আহিছিল । শেষত ধৈৰ্য্যৰ বান্ধ চিগাত কেইবাজনো লোকে সোমবাৰে আমিনগাঁৱৰ পৰা লোকজনক ৰঙিয়ালৈ লৈ আহে । হাতত চেক বহী লৈ ঘুৰি ফুৰা জাকিৰ হুছেইনে ৰাইজৰ আগত অতি কম দিনৰ ভিতৰত লোৱা টকাবোৰ ঘূৰাই দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিয়াত ৰাইজে ৰঙিয়া আৰক্ষীক গতাই দিয়ে লোকজনক ।

Intro:এশ গৰু মাৰিলে বাঘৰো মৰণ। চাকৰিৰ লোভ দেখুৱাই বহুলোকৰ পৰা ধন আত্মসাৎ কৰা গড়কাপ্তানি বিভাগৰ কৰ্মচাৰীক ৰাইজে ধৰিবান্ধি পুলিচক গতাই দিলেBody:চাকৰি দিম বুলি নানান প্ৰলোভনেৰে লাখ লাখ টকা আত্মসাৎ কৰা জাকিৰ হুছেইন জালত পৰিল।বিভিন্ন বিভাগত চাকৰি দিম বুলি ৰঙিয়াৰ বঙালিকুছিৰ কেইবাজনো লোকৰ পৰা লাখ লাখ টকা সৰকাইচিল কামৰূপ জিলাৰ আমিনগাওত থকা গড়কপ্টানি বিভাগৰ মহৰা পদত চাকৰি কৰা লোকজনে। প্ৰৱঞ্চকজনে চাৰি বছৰ উকলি যোৱাৰ পিছতো নানান চলাহি কথাৰে লোকসকলক আভুৱা ভাৰি আহিছিল । শেষত ধৈৰ্য্যৰ বান্ধ চিগাত কেইবাজনো লোকে সোমবাৰে আমিনগাও ৰ পৰা লোকজনক ৰঙিয়ালৈ লৈ আহে । হাতত চেক বহী লৈ ঘুৰি ফুৰা জাকিৰ হুছেইনে ৰাইজৰ আগত অতি কম দিনৰ ভিতৰত লোৱা টকাবোৰ ঘুৰাই দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিয়াত ৰাইজে ৰঙিয়া আৰক্ষীক গতাই দিয়ে।
Byte : publicConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
Last Updated : May 21, 2019, 1:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.