ETV Bharat / state

সম্বলপুৰৰ ৰসৰাজৰ সংৰক্ষিত গৃহ হ'ব সমন্বয়ৰ প্ৰতীকঃ জ্যোতিপ্ৰকাশ পাণিগ্ৰহী - হোটেল ৰেডিচন ব্লু

উৰিষ্যাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গৃহ সংৰক্ষণ কৰি ইয়াক এক দুয়ো ৰাজ্যৰ সমন্বয়ৰ প্ৰতীক হিচাপে গঢ় দিয়াৰ লক্ষ্য লোৱাৰ কথা কয় উৰিষ্যাৰ পৰ্যটন মন্ত্ৰী জ্যোতিপ্ৰকাশ পাণিগ্ৰহীয়ে।

সম্বলপুৰৰ ৰসৰাজৰ সংৰক্ষিত গৃহ হ'ব সমন্বয়ৰ প্ৰতীকঃ জ্যোতিপ্ৰকাশ পাণিগ্ৰহী
author img

By

Published : Aug 30, 2019, 11:42 PM IST

গুৱাহাটী,30আগষ্টঃ শুকুৰবাৰে মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত ফিকিৰ উদ্যোগত অনুষ্ঠিত হয় 'উৰিষ্যা টুৰিজিম ৰোড শ্ব' শীৰ্ষক পৰ্যটন সন্মিলন। উৰিষ্যাৰ পৰ্যটন ক্ষেত্ৰক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰা হয় এই সন্মিলনত। এই সন্মিলনত উপস্থিত থাকে উৰিষ্যাৰ পৰ্যটন মন্ত্ৰী জ্যোতিপ্ৰকাশ পাণিগ্ৰহী, পৰ্যটন বিভাগৰ সঞ্চালক নিৰ্মল চন্দ্ৰ মিশ্ৰ, আছু প্ৰজ্ঞান দাসকে প্ৰমুখ্য কৰি উৰিষ্যাৰ পৰ্যটন বিভাগৰ আমোলাসকল।

সম্বলপুৰৰ ৰসৰাজৰ সংৰক্ষিত গৃহ হ'ব সমন্বয়ৰ প্ৰতীকঃ জ্যোতিপ্ৰকাশ পাণিগ্ৰহী

ইফালে উৰিষ্যাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গৃহ সংৰক্ষণ কৰি ইয়াক এক দুয়ো ৰাজ্যৰ সমন্বয়ৰ প্ৰতীক হিচাপে গঢ় দিয়াৰ লক্ষ্য লোৱাৰ কথা কয় উৰিষ্যাৰ পৰ্যটন মন্ত্ৰী জ্যোতিপ্ৰকাশ পাণিগ্ৰহীয়ে। ইপিনে ৰসৰাজৰ গৃহ সংৰক্ষণৰ বাবে অসমৰ চৰকাৰে ৫০ লাখৰ অনুদান প্ৰদান কৰাৰ বিপৰীতে উৰিষ্যা চৰকাৰে আৱন্টন দিছে ২কোটি টকা। দুয়োখন ৰাজ্যৰ পুঁজিৰে শীঘ্ৰেই এই প্ৰকল্পৰ কাম ইনটেক নামৰ প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিব বুলি জনায় উৰিষ্যাৰ পৰ্যটন মন্ত্ৰীগৰাকীয়ে।

Intro:শুকুৰবাৰে মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত ফিকিৰ উদ্যোগত অনুষ্ঠিত হয় 'উৰিষ্যা টুৰিজিম ৰোড শ্ব' শীৰ্ষক পৰ্যটন সন্মিলন। উৰিষ্যাৰ পৰ্যটন ক্ষেত্ৰক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰা হয় এই সন্মিলনত। এই সন্মিলনত উপস্থিত থাকে উৰিষ্যাৰ পৰ্যটন মন্ত্ৰী জ্যোতিপ্ৰকাশ পাণিগ্ৰহী, পৰ্যটন বিভাগৰ সঞ্চালক নিৰ্মল চন্দ্ৰ মিশ্ৰ, আছু প্ৰজ্ঞান দাসকে প্ৰমুখ্য কৰি উৰিষ্যাৰ পৰ্যটন বিভাগৰ আমোলাসকল।

Body:ইফালে উৰিষ্যাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গৃহ সংৰক্ষণ কৰি ইয়াক এক দুয়ো ৰাজ্যৰ সমন্বয়ৰ প্ৰতীক হিচাপে গঢ় দিয়াৰ লক্ষ্য লোৱাৰ কথা কয় উৰিষ্যাৰ পৰ্যটন মন্ত্ৰী জ্যোতিপ্ৰকাশ পাণিগ্ৰহীয়ে। ৰসৰাজৰ গৃহ সংৰক্ষণৰ বাবে অসমৰ চৰকাৰে ৫০ লাখৰ অনুদান প্ৰদান কৰাৰ বিপৰীতে উৰিষ্যা চৰকাৰে আৱন্টন দিছে ২কোটি টকা। দুয়োখন ৰাজ্যৰ পুঁজিৰে শীঘ্ৰেই এই প্ৰকল্পৰ কাম ইনটেক নামৰ প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিব বুলি কয় উৰিষ্যাৰ পৰ্যটন মন্ত্ৰীগৰাকীয়ে। ইফালে উৰিষ্যা চৰকাৰে অসমৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গৃহ সংৰক্ষণৰ বাবে লোৱা পদক্ষেপৰ বাবে এই সন্মিলনতে ধন্যবাদ জ্ঞাপন কৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে। উৰিষ্যাৰ ৰসৰাজৰ সংৰক্ষিত গৃহৰ লগতে ৰাজ্যখনৰ মনোমোহা পৰ্যটনস্থলী উপভোগ কৰিবলৈ অসমৰ ৰাইজক অনুৰোধ জনাই সমিতিয়ে। উল্লেখযোগ্য যে উৰিষ্যাৰ পৰ্যটন ক্ষেত্ৰক এক নতুন মাত্ৰা দি পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় কৰি তোলা হৈছে বুলিও জানিবলৈ দিয়ে উৰিষ্যাৰ পৰ্যটন মন্ত্ৰীগৰাকীয়ে। ইয়াৰোপৰি এনেধৰণৰ সন্মিলনৰ জৰিয়তে ৰাজ্যসমূহৰ মাজৰ সমন্ধ অধিক সুদৃঢ় হয় মন্তব্য কৰে পৰ্যটন মন্ত্ৰী জ্যোতিপ্ৰকাশ পাণিগ্ৰহীয়ে।

Conclusion:HIRUL HAQUE I GUWAHATI

(Note- odisha tourism minister Jyoti Prakash Panigrahi's odia language byte about odisha tourism also send for odisha desk)
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.