ETV Bharat / state

31 জুলাইৰ পৰিৱৰ্তে 31 আগষ্টত প্ৰকাশ হ’ব এন আৰ চিৰ চূড়ান্ত খচৰা

author img

By

Published : Jul 23, 2019, 4:14 PM IST

Updated : Jul 23, 2019, 7:12 PM IST

31 জুলাইৰ পৰিবৰ্তে 31 আগষ্টত প্ৰস্তুত কৰা হ’ব এন আৰ চি চুৰান্ত খচৰা

16:08 July 23

31 জুলাইৰ পৰিৱৰ্তে 31 আগষ্টত প্ৰকাশ কৰা হ’ব এন আৰ চি চূড়ান্ত খচৰা

  • 31 জুলাইৰ পৰিবৰ্তে 31 আগষ্টত প্ৰকাশ কৰা হ’ব এন আৰ চি চূড়ান্ত খচৰা ৷
  • ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে ছলিচিতৰ জেনেৰেল তুসাৰ মেহতায়ে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ হৈ সময় সীমা বৃদ্ধিৰ বাবে কৰিছিল আবেদন ৷
  • তেওঁৰ আৱেদনৰ ভিত্তিতেই মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নাৰিমনৰ বিচাৰপীঠে দিয়ে এই ৰায়দান ৷ 

sample description
Last Updated : Jul 23, 2019, 7:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.