- বগা হাতীত পৰিণত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি
- ৭ বছৰে বিকল দক্ষিণ লেঙাৰ পানী যোগান আঁচনিখন
- ২০০০ লোকক সামৰি ২০১৩ চনত আৰম্ভ হৈছিল আঁচনিখন
- ৫২.৬৬ লাখ টকা ব্যয় কৰা হৈছিল আঁচনিখনৰ নামত
- মেৰামতিৰ নামতো ব্যয় কৰা হৈছে প্ৰায় ২৮ লাখ টকা
- কিন্তু গঞাঁ ৰাইজৰ বাবে নদীৰ গেলা পানীয়েই শেষ ভৰসা
- অৱশেষত শুকুৰবাৰে হাতে হাতে খালি বাল্টি লৈ ৰাইজৰ প্ৰতিবাদ
- জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰতি তীব্ৰ প্ৰতিবাদ লেঙাৰবাসী ৰাইজৰ
উঃগুৱাহাটীত ধোঁৱাচাঙত পৰিণত চৰকাৰী পানী যোগান আঁচনি - জনস্বাস্থ্য কাৰিকৰী বিভাগ
শুকুৰবাৰে উত্তৰ গুৱাহাটীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে সৰৱ হৈ প্ৰতিবাদ সাব্যস্ত ৰাইজৰ ৷ প্ৰায় ৭ বছৰে বিকল হৈ পৰি থকা দক্ষিণ লেঙাৰ পানী যোগান আঁচনিখনৰ বিৰুদ্ধে হাতে-হাতে খালি বাল্টি লৈ প্ৰতিবাদ ৰাইজৰ ৷
উঃগুৱাহাটীত ধোঁৱাচাঙত পৰিণত চৰকাৰী পানী যোগান আঁচনি
- বগা হাতীত পৰিণত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি
- ৭ বছৰে বিকল দক্ষিণ লেঙাৰ পানী যোগান আঁচনিখন
- ২০০০ লোকক সামৰি ২০১৩ চনত আৰম্ভ হৈছিল আঁচনিখন
- ৫২.৬৬ লাখ টকা ব্যয় কৰা হৈছিল আঁচনিখনৰ নামত
- মেৰামতিৰ নামতো ব্যয় কৰা হৈছে প্ৰায় ২৮ লাখ টকা
- কিন্তু গঞাঁ ৰাইজৰ বাবে নদীৰ গেলা পানীয়েই শেষ ভৰসা
- অৱশেষত শুকুৰবাৰে হাতে হাতে খালি বাল্টি লৈ ৰাইজৰ প্ৰতিবাদ
- জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰতি তীব্ৰ প্ৰতিবাদ লেঙাৰবাসী ৰাইজৰ
Slug-north ghy pratibad against PHE .
👉🏾বগা হাতীত পৰিণত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এখন পানী যোগান আচনি ।
👉🏾৭ বছৰে বিকল দক্ষিণ লেঙাৰ পানী যোগান আচনি খন ।
👉🏾২০০০ লোকক সামৰি ২০১৩ চনত আৰম্ভ হৈছিল আচনি খন ।
👉🏾৫২.৬৬ লাখ টকা ব্যয় কৰা হৈছিল আচনি খনৰ নামত ।
👉🏾মেৰামতিৰ নামতো ব্যয় কৰা হৈছে প্ৰায় ২৮ লাখ টকা ।
👉🏾কিন্তু গঞা ৰাইজৰ বাবে নদীৰ গেলা পানীয়েই শেষ ভৰসা ।
👉🏾হাতে হাতে খালি বাল্টি লৈ ৰাইজৰ প্ৰতিবাদ ।
👉🏾জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজ ।
👉🏾বিভাগটোৰ প্ৰতি তীব্ৰ প্ৰতিবাদ লেঙাৰ পুৰুষ-মহিলাৰ ।