ETV Bharat / state

দণ্ডাধীশে নাজানে সাংসদক কিদৰে ব্যৱহাৰ কৰি লাগে !

author img

By

Published : Mar 19, 2021, 10:27 PM IST

সুমন হৰিপ্ৰিয়াৰ মনোনয়ন দাখিলৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতি । সাংসদ ভূৱনেশ্বৰ কলিতা আৰু দিলীপ শইকীয়াক কামৰূপ জিলা উপায়ুক্ত কাৰ্য্যালয় চৌহদত প্ৰৱেশত বাধা দিয়ে দায়িত্বত থকা দণ্ডাধীশে ।

দণ্ডাধীশে নাজানে সাংসদক কিদৰে ব্যৱহাৰ কৰি লাগে !
দণ্ডাধীশে নাজানে সাংসদক কিদৰে ব্যৱহাৰ কৰি লাগে !

কামৰূপ, 19 মাৰ্চ : সুমন হৰিপ্ৰিয়াৰ মনোনয়ন দাখিলৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতি । সাংসদ ভূৱনেশ্বৰ কলিতা আৰু দিলীপ শইকীয়াক কামৰূপ জিলা উপায়ুক্ত কাৰ্য্যালয় চৌহদত প্ৰৱেশত বাধা দিয়ে দায়িত্বত থকা দণ্ডাধীশে ।

হাজো বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ মনোনয়ন দাখিলত সংগ দিবলৈ আহি সাংসদ দুগৰাকীয়ে বাধাৰ সন্মুখীন হয় ৷ সাংসদ ভূৱনেশ্বৰ কলিতা আৰু দিলীপ শইকীয়াই এই বাধাত অসন্তুষ্টি প্ৰকাশ কৰি কয়, দুগৰাকী সাংসদক কিদৰে দণ্ডাধীশে ব্যৱহাৰ কৰিব লাগে সেয়া নাজানে ৷

উল্লখ্য যে, দণ্ডাধীশৰ বাধাৰ বাবে সুমন হৰিপ্ৰিয়াৰ মনোনয়ন দাখিল পৰ্বত উপস্থিত নাথাকে সাংসদদ্বয় । দণ্ডাধীশ গৰাকীক শিকি বুজি লৈ সাংসদৰ সৈতে সৌজন্যতামূলক ব্যৱহাৰ কৰাৰ আহ্বান জনায় সাংসদ ভূৱনেশ্বৰ কলিতা আৰু দিলীপ শইকীয়াৰ ৷

লগতে পঢ়ক: এতিয়াও কা' সন্দৰ্ভত স্থিতি স্পষ্ট নহয় ৰাজনৈতিক নেতা কৰ্মীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.