ETV Bharat / state

মাতৃভূমিত শ্বহীদ নীৰজ চেত্ৰীৰ নশ্বৰ দেহ

author img

By

Published : Jun 3, 2019, 4:53 PM IST

সোমবাৰে দুপৰীয়া বিমানযোগে অসমভূমি পালেহি ঝাৰখণ্ডত নিহত অসমৰ বীৰ শ্বহীদ নীৰজ চেত্ৰী ৷

মাতৃভূমিত শ্বহীদ নীৰজ চেত্ৰীৰ নশ্বৰ দেহ

আজাৰা,3 জুনঃ মাতৃভূমি অসম পালেহি ঝাৰখণ্ডত মাওবাদীৰে সংঘৰ্যত নিহত হোৱা অসমৰ বীৰ শ্বহীদ নীৰজ চেত্ৰীৰ নশ্বৰ দেহ ৷ সোমবাৰে বিমানযোগে বৰঝাৰ বিমানবন্দৰ পোৱাৰ পাচতে বিমানবন্দৰত শ্ৰদ্ধাঞ্জলি জনায় মহানগৰ আৰক্ষী আয়ুক্ত, আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে এচ এচ বিৰ জোৱানসকলে ৷ উল্লেখ্য যে, গুৱাহাটী বিমানবন্দৰৰ পাচতে তেজপুৰ আৰু গহপুৰত থকা এচ এচ বিৰ কাৰ্যালয়ত সামৰিক মৰ্যদাৰে শ্ৰদ্ধাঞ্জলি জনায় গহপুৰৰ হেলেমস্থিত স্বগৃহলৈ নিয়া হ‘ব শ্বহীদগৰাকীৰ মৃতদেহ ৷

Intro:নিজ মাতৃভূমি আহি পালে শ্বহীদ নিৰজ চেট্টিৰ নস্বৰদেহ ।

Body:নিজ মাতৃভূমি আহি পালে শ্বহীদ নিৰজ চেত্ৰী নস্বৰদেহ । ঝাৰখণ্ডত মাওঁবাদী সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল গহপুৰৰ নিৰজ চেত্ৰী । আজি বিমানযোগে বৰঝাৰ বিমানবন্দৰত আহি পোৱাৰ পিছতে বিমানবন্দৰত শ্ৰদ্ধাঞ্জলি জনায় মহানগৰ আৰক্ষী আয়ুক্ত,আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে SSBৰ জোৱান সকলে । তাৰপিছত বিমানবন্দৰৰ পৰা তেজপুৰ আৰু গহপুৰত থকা SSBৰ কাৰ্য্যালয়ত সামৰিক মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্বগৃহলে নিয়া হব শ্বহীদ নিৰজ চেত্ৰীৰ নশ্বৰদেহ

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.