ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে নিখিল ৰাভা ছাত্ৰ সন্থাৰ জেহাদ ঘোষণা - পলাশবাৰী সমষ্টি

পলাশবাৰীত নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি গৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ ক’লে, আগন্তক নিৰ্বাচনত ৰাভা হাছাঙত বিজেপিক ধূলিসাৎ কৰিব সংগঠনটোৱে ৷

Nikhil Rava Students' Union declares jihad against BJP ahead of elections
নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে নিখিল ৰাভা ছাত্ৰ সন্থাৰ জেহাদ ঘোষণা
author img

By

Published : Oct 20, 2020, 4:04 PM IST

দক্ষিণ কামৰূপ, 20 অক্টোবৰ : ৰাভা হাছং এলেকাত বিজেপিক ধুলিস্যাৎ কৰিব ৰাভা হাছঙে । ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ 6 ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত নকৰাক লৈ আৰু ৰাভা হাছং এলেকাৰ বাহিৰৰ লোক সকলৰ সুৰক্ষাৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠন নকৰাৰ বাবে এই সিদ্ধান্ত ৰাভা হাছঙৰ । এই মন্তব্য নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নিপেন খাণ্ডৰ ৷ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ লোহাৰঘাটত আয়োজন কৰা এক জন জাগৰণ সভাত এই মন্তব্য প্ৰদান সভাপতি গৰাকীৰ ৷

নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নিপেন খাণ্ডৰ মন্তব্য

উল্লেখ্য যে, নিৰ্বাচনকলৈ কেইটামান মাহ বাকী থকাৰ সময়তে ৰাভা হাছঙে বিজেপিৰ সংগ এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 2016 চনৰ নিৰ্বাচনত ৰাভা জাতীয় সংগঠনসমূহে যি আশা লৈ বিজেপিৰ লগত মিলিত হৈ চৰকাৰৰ অংশীদাৰ হৈছিল, সেই আশা সফলৰ নোহোৱাৰ এনে বৃহৎ সিদ্ধান্ত ঘোষণা ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ ।

লগতে পঢ়ক : দুৰ্গা পূজালৈ মাজত মাথো দুদিন : ব্যস্ত মৃৎশিল্পী

কেন্দ্ৰীয় সভাপতি গৰাকীয়ে আকৌ কয় যে, বিজেপি চৰকাৰে ৰাভা জনগোষ্ঠীক কৰা প্ৰতাৰনাৰ বিৰুদ্ধে ৰাইজক জনোৱা উদ্দেশ্যে পলাশবাৰী সমষ্টিৰ লোহাৰঘাটত জন জাগৰন সভাৰ আয়োজন কৰা হয় । আগন্তুক নিৰ্বাচনৰ আগতে যদি চৰকাৰে ৰাভা জনগোষ্ঠীৰ দাবীসমূহ পালন নকৰে তেন্তে বিজেপিৰ মিত্ৰতাৰ পৰা আতৰি আহি ৰাভা হাছং এলেকাত বিজেপিক একেবাৰে ধুলিস্যাৎ কৰিব বুলি মন্তব্য কৰিলে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে ।

লগতে পঢ়ক : নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ উদ্যোগত স্তন কেন্সাৰৰ সজাগতামূলক চাইকেল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.