ETV Bharat / state

সৰ্বভাৰতীয় প্ৰতিযোগিতাত উত্তৰ-পূৱ সীমান্ত ৰেলৱেলৈ দ্বিতীয় স্থান

প্ৰতিযোগিতাখনত ৰে'ল বিভাগৰ 26 টাকৈ সীমান্তৰ ৰে'ল বিভাগে অংশগ্ৰহণ কৰিছিল ৷ 26 খনকৈ তথ্যচিত্ৰৰ ভিতৰত উত্তৰ পূব সীমান্ত ৰে'লৱেই দ্বিতীয় স্থান লাভ কৰে। উত্তৰ পূব সীমান্ত ৰে'লৰ এই সফলতাই উৎফুল্লিত কৰি তুলিছে ৰে'ল বিভাগৰ কৰ্মচাৰী সকলক।

author img

By

Published : Apr 30, 2019, 3:40 PM IST

সৰ্বভাৰতীয় প্ৰতিযোগিতাত উত্তৰ-পূৱ সীমান্ত ৰেলৱেলৈ দ্বিতীয় স্থান

গুৱাহাটী , 30 এপ্ৰিল : ৰে'ল বিভাগৰ সৰ্বভাৰতীয় তথ্যচিত্ৰ প্ৰতিযোগিতাত উত্তৰ পূব সীমান্ত ৰে'লৱেলৈ দ্বিতীয় স্থান ৷উত্তৰ পূৱ সীমান্ত ৰে'ল বিভাগে উত্তৰ পূবত থকা ৰে'ল সেৱাৰ ওপৰত নিৰ্মাণ কৰিছিল পাঁচ মিনিটৰ এক তথ্যচিত্ৰ।

বিগত 26 তাৰিখে আহমেদাবাদত অনুষ্ঠিত ৰে'ল বিভাগৰ সৰ্বভাৰতীয় তথ্যচিত্ৰ নিৰ্মাণ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰ পূব সীমান্ত ৰে'লৱে। উত্তৰ পূৱৰ ৰে'লৰ ইতিহাস আৰু ভৱিষ্যতকলৈ নিৰ্মাণ কৰা পাঁচ মিনিটৰ তথ্যচিত্ৰ আহমেদাবাদৰ প্ৰতিযোগিতাখনত প্ৰদৰ্শনৰ পাচত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

সৰ্বভাৰতীয় প্ৰতিযোগিতাত উত্তৰ-পূৱ সীমান্ত ৰেলৱেলৈ দ্বিতীয় স্থান

লগতে পঢ়ক : অৰ্থৰ অভাৱত অকালতে মৰহাৰ পথত এটি প্ৰতিভা

প্ৰতিযোগিতাখনত ৰে'ল বিভাগৰ 26 টাকৈ সীমান্তৰ ৰে'ল বিভাগে অংশগ্ৰহণ কৰিছিল ৷ 26 খনকৈ তথ্যচিত্ৰৰ ভিতৰত উত্তৰ পূব সীমান্ত ৰে'লৱেই স্থান লাভ কৰিবলৈ সক্ষম হয় । উত্তৰ পূব সীমান্ত ৰে'লৰ এই সফলতাই উৎফুল্লিত কৰি তুলিছে ৰে'ল বিভাগৰ কৰ্মচাৰী সকলক।

Intro:তথ্যচিত্ৰ নিৰ্মাণত দ্বিতীয় স্থান লাভ কৰিলে উত্তৰ পূব সীমান্ত ৰে'লৱে। ৰে'ল বিভাগৰ সৰ্বভাৰতীয় তথ্যচিত্ৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰি উৎফুল্লিত উত্তৰ পূব সীমান্ত ৰে'লৰ কৰ্মচাৰী।

Body:উত্তৰ পূব সীমান্ত ৰে'ল বিভাগে এটাৰ পিছত আনটো সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ ৰে'ল বিভাগৰ সৰ্বভাৰতীয় তথ্যচিত্ৰ নিৰ্মান প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰ পূব সীমান্ত ৰে'লৱে। যোৱা ২৬ তাৰিখে আহমেদাবাদত অনুষ্ঠিত হোৱা ৰে'ল বিভাগৰ সৰ্বভাৰতীয় তথ্যচিত্ৰ নিৰ্মান প্ৰতিযোগিতাত উত্তৰ পূব সীমান্ত ৰে'লৱে লাভ কৰিছে দ্বিতীয় স্থান। উত্তৰ পূৱ সীমান্ত ৰে'ল বিভাগে উত্তৰ পূবত থকা ৰে'ল সেৱাৰ ওপৰত নিৰ্মান কৰিছিল পাঁচ মিনিটৰ এক তথ্যচিত্ৰ। উত্তৰ পূৱৰ ৰে'লৰ ইতিহাস আৰু ভৱিষ্যতকলৈ নিৰ্মান কৰা এই পাঁচ মিনিটৰ তথ্যচিত্ৰ আহমেদাবাদৰ প্ৰতিযোগিতাখনত প্ৰদৰ্শনৰ পিছত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

বাইট : প্ৰণৱ জ্যোতি শৰ্মা, মুখ্য জনসংযোগ বিষয়া, উত্তৰ পূব সীমান্ত ৰে'লৱে

Conclusion:প্ৰতিযোগিতাখনত ৰে'ল বিভাগৰ ২৬টাকৈ সীমান্তৰ ৰে'ল বিভাগে অংশগ্ৰহণ কৰিছিল যদিও ২৬টা তথ্যচিত্ৰৰ ভিতৰত উত্তৰ পূব সীমান্ত ৰে'লৱে দ্বিতীয় স্থান লাভ কৰে। উত্তৰ পূব সীমান্ত ৰে'লৰ এই সফলতাই উৎফুল্লিত কৰি তুলিছে ৰে'ল বিভাগৰ কৰ্মচাৰী সকলক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.