ETV Bharat / state

শীঘ্ৰেই অসমত আত্মপ্ৰকাশ ঘটিব অন্য এটা আঞ্চলিক দলৰ

অসম গণ পৰিষদ দলে ৰাইজৰ আবেগ অনুভূতিক গুৰুত্ব নিদিলে। বৰ্তমান সময়ত থলুৱা জাতি জনগোষ্ঠীৰ স্বাধিকাৰ হেৰুৱাৰ উপক্ৰম হৈছে । এনে প্ৰেক্ষাপটত আঞ্চলিকতাবাদী এক ৰাজনৈতিক দলৰ প্ৰয়োজন হৈছে । সেই উদ্দেশ্য আগত ৰাখিয়েই নতুনকৈ দলটো গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ ৷

শীঘ্ৰেই অসমত আত্মপ্ৰকাশ ঘটিব অন্য এটা আঞ্চলিক দলৰ
author img

By

Published : May 17, 2019, 11:07 PM IST

গুৱাহাটী, 17মে' : শীঘ্ৰেই অসমত গঠন হ'ব এক নতুন আঞ্চলিকতাবাদ ৰাজনৈতিক দলৰ। 19 মেত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ ঘটিব আঞ্চলিক দলটোৰ। দলটো গঠনৰ প্ৰাকমূহুৰ্তত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে আহ্বায়কসকলে।

শীঘ্ৰেই অসমত আত্মপ্ৰকাশ ঘটিব অন্য এটা আঞ্চলিক দলৰ

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এই সংবাদমেলতে কি পৰিস্থিতিত নতুন দলটো জন্ম দিব লগা হ'ল ব্যাখ্যা কৰে। অসম গণ পৰিষদ দলে ৰাইজৰ আবেগ অনুভূতিক গুৰুত্ব নিদিলে। বৰ্তমান সময়ত থলুৱা জাতি জনগোষ্ঠীৰ স্বাধিকাৰ হেৰুৱাৰ উপক্ৰম হৈছে। এনে প্ৰেক্ষাপটত আঞ্চলিকতাবাদী এক ৰাজনৈতিক দলৰ প্ৰয়োজন হৈছে। সেই উদ্দেশ্য আগত ৰাখিয়েই নতুনকৈ দলটো গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰা হয় সংবাদমেলখনত ৷

Intro:শীঘ্ৰে অসমত গঠন হব এক নতুন আঞ্চলিকতাবাদ ৰাজনৈতিক দলৰ । ১৯ মেত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ ঘটিব আঞ্চলিক দলটোৰ । দলটো গঠনৰ প্ৰাকমূহুৰ্তত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে আহ্বায়ক সকলে । গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এই সংবাদমেলতে কি পৰিস্থিতিত নতুন দলটো জন্ম দিব লগা হল ব্যাখ্যা কৰে । কিয়নো অসম গন পৰিষদ দলে ৰাইজৰ আবেগ অনুভূতিক গুৰুত্ব নিদিলে । বৰ্তমান সময়ত থলুৱা জাতি জনগোষ্ঠীৰ স্ব অধিকাৰ হেৰুৱাৰ উপক্ৰম হৈছে । এনে পেক্ষাপটত আঞ্চলিকতাবাদী এক ৰাজনৈতিক দলৰ প্ৰয়োজন হৈছে । সেই উদ্দেশ্য আগত ৰাখিয়েই নতুনকৈ গঠন কৰা হব এই দলটি ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.