ETV Bharat / state

সুখবৰ! কম সময় আৰু কম খৰচত যাব পাৰিব বেংককলৈ

বেংকক ভ্ৰমণৰ পৰিকল্পনা আছে নেকি আপোনাৰ? তেন্তে সুখবৰ! 2 ঘন্টা 55 মিনিটতে আপুনি গুৱাহাটীৰ পৰা পাব গৈ বেংকক ৷ কিয়নো এতিয়াৰ পৰা আৰম্ভ হ'ল গুৱাহাটীৰ-বেংককৰ পোনপটীয়া বিমানসেৱা ৷

সুখবৰ! কম সময় আৰু কম খৰচত যাব পাৰিব বেংককলৈ
author img

By

Published : Sep 22, 2019, 12:13 PM IST

Updated : Sep 22, 2019, 10:57 PM IST

বৰঝাৰ, 22 চেপ্তেম্বৰঃ এতিয়াৰ পৰা আৰম্ভ হ'ল গুৱাহাটী-বেংককৰ পোনপটীয়া বিমানসেৱা ৷ শনিবাৰে নিশা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত এই সেৱাৰ শুভাৰম্ভণী কৰা হয় ৷ এই বিমানসেৱা শুভাৰম্ভণী কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ NOK Air নামৰ প্ৰতিষ্ঠানটোৱে আগবঢ়াইছে উক্ত বিমানসেৱা৷ শুভাৰম্ভণী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে পৰিবহন তথা উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ লগতে ন'ক এয়াৰৰ বিষয়-ববীয়া । পূৰ্বতে বৰঝাৰ বিমানবন্দৰৰ কেৱল এই আন্তৰাষ্ট্ৰীয় সেৱা সম্ভৱ হৈছিল শাক-পাচলি,ফল-মুল ৰপ্তানিৰ ক্ষেত্ৰতহে ।

গুৱাহাটী-বেংকক বিমানসেৱা মুকলিৰ মূহূৰ্ত্তত মুখ্যমন্ত্ৰী

এই বিমানসেৱা আৰম্ভ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে - "এইয়া 'এক-ইষ্ট পলিচি' আৰু 'এড্ভান্টেজ আসাম'ৰ সুফল ৷" গুৱাহাটীৰ-বেংককৰ এই পোনপটীয়া বিমানসেৱাৰ ফলত দেশ তথা ৰাজ্যৰ শিক্ষা,স্বাস্থ্য,অৰ্থনীতি,সাংস্কৃতিক আৰু পৰ্যটনৰ ক্ষেত্ৰত বিশেষ ভুমিকা গ্ৰহন কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী গৰাকী ৷

Intro:বিমানযাত্ৰীৰ বাবে পুনৰ এক সুখবৰ ! এতিয়াৰে পৰা বেছি দূৰত্ব নহয় গুৱাহাটী-বেংককৰ মাজত । মাত্ৰ ২ঘন্টা ৫৫ মিনিটত আপুনি গৈ পাব বেংকক ।

Body:Vo..অসম তথা উত্তৰ-পুৰ্বাঞ্চলবাসীৰ পুনৰ এক সুখবৰ ! এতিয়া বেছি দুৰত্ব ভাৰত-থাইলেণ্ডৰ মাজত ! অতি কম খৰছত এতিয়া আপুনি যাব পাৰিব বেংককলৈ ।
PTC
শনিবাৰে নিশা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বেংককলৈ পোনপটীয়াভাৱে শুভাৰম্ভণী ঘটিল । NOK Air নামৰ প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা এই বিমানসেৱাৰ ফ্লেগ অফ কৰি শুভাৰম্ভণী কৰিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে লগত উপস্থিত পৰিবহন,উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ লগতে Nok Airৰ বিষয়-ববীয়া । অতি কম খৰছতে বিদেশযাত্ৰা কৰিবলৈ প্ৰথমবাৰৰ বাবে আগবঢ়ালে এই সেৱা । পূৰ্বতে বৰঝাৰ বিমানবন্দৰৰ কেৱল এই আন্তৰাষ্ট্ৰীয় সেৱা সম্ভৱ হৈছিল শাক-পাচলি,ফল-মুল ৰপ্তানিৰ ক্ষেত্ৰতহে । কিন্তু এতিয়া কোনো চিন্তাৰ কাৰণ কাৰণ নাই গুৱাহাটীৰ পৰা পোনপোটীয়াকৈ আপুনিও যাত্ৰা কৰিব পাৰিব বেংককলৈ । কিয়ণো NOK Air নামৰ বিমান প্ৰতিষ্ঠানটোৱে প্ৰতি সপ্তাহৰ মঙ্গলবাৰ আৰু শনিবাৰে আগবঢ়াব এই বিমানসেৱা । মঙ্গলবাৰ আৰু ৰবিবাৰে তথা ভাৰতীয় হিচাপত বুধবাৰ আৰু সোমবাৰে পুৱতিনিশা ১:৪০ত গুৱাহাটীৰ পৰা DD4117 নম্বৰৰ বিমানখন উৰা মাৰিব বেংককলৈ । সেয়ে আপুনিও অতি কম খৰছতে লাভ উঠাব পাতিব গুৱাহাটী-বেংককলৈ এই বিমানসেৱাৰ । মাত্ৰ ২ ঘন্টা ৫৫ মিনিটত সম্ভৱ হ'ব এই যাত্ৰাৰ । বিমানত ১৮৬জন যাত্ৰী লৈ উৰা মাৰিব বেংককলৈ । আনহাতে পোনপ্ৰথমবাৰৰ বাবে উৰা মৰা এই বিমানৰ যাত্ৰী হ'বলৈ পাই সুখী সদিয়াৰ বিধায়ক বলিন চেতিয়াৰ আন-আন যাত্ৰী ।

Bite1&2..বিধায়ক আৰু যাত্ৰী ।

লগতে আজিৰ এই বিমানযাত্ৰাৰ শুভাৰম্ভণী কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে গুৱাহাটীৰ-বেংককৰ এই পোনপটীয়া বিমানসেৱাৰ ফলত দেশ তথা ৰাজ্যৰ শিক্ষা,স্বাস্থ্য,অৰ্থনীতি,সাংস্কৃতিক আৰু পৰ্যটনৰ ক্ষেত্ৰত বিশেষ ভুমিকা গ্ৰহন কৰিব বুলি আশাবাদী ।

Bite3..CM

আনহাতে বৰ্তমানলৈ ১৫খন বিমানৰ সম্পুৰ্ণ বুকিং হৈ গৈছে । লগতে গুৱাহাটীৰ পৰা এই বিমান সেৱা মুম্বাই,দিল্লী আদিতকৈ বহু ক'ম খৰছ হ'ব বুলি জনাই উত্তৰ-পুৱ Airport Authority Of Indiaৰ পৰিচালক সঞ্জীৱ জিন্দালে ।

Bite4.. REDConclusion:সচাকৈয়ে বৰঝাৰ বিমানবন্দৰৰ পৰা আৰম্ভ হোৱা এই বিমানসেৱাই নিশ্চয়কৈ আশাৰ বতৰা কঢ়িয়াই আনিব ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

(Desk if possible please make a package this)
Last Updated : Sep 22, 2019, 10:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.