ETV Bharat / state

আমিনগাঁৱৰ লোকনিৰ্মান বিভাগৰ পৰিদৰ্শন বঙলাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন - কৈলাশ কাৰ্তিক

আমিনগাঁৱৰ লোকনিৰ্মান বিভাগৰ পৰিদৰ্শন বঙলাত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন ৷ আমন্ত্ৰিত অতিথি হিচাপে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্ত উপস্থিত থাকে। জিলা খনৰ কেবাগৰাকীও জ্যেষ্ঠ আৰু উদীয়মান সাংবাদিকক অভিনন্দন জ্ঞাপন কৰা হয় ৷

as_kam_Amingaon_national_press_day_img_ASC10051
আমিনগাঁৱৰ লোকনিৰ্মান বিভাগৰ পৰিদৰ্শন বঙলাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন
author img

By

Published : Nov 16, 2020, 10:48 PM IST

আমিনগাঁও,19 নৱেম্বৰ: কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁৱৰ লোকনিৰ্মান বিভাগৰ পৰিদৰ্শন বঙলাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় । ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আয়োজিত আলোচনাচক্ৰখন উদ্ধোধন কৰে কামৰূপ জিলাৰ প্ৰাক্তন উপায়ুক্ত তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিনোদ চেছানে। সংবাদ মাধ্যমৰ ওপৰত "কʼভিড ১৯ মহামাৰীৰ প্ৰভাৱ আৰু এই সময়ত সংবাদ মাধ্যমৰ ভূমিকা" শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ।

as_kam_Amingaon_national_press_day_img_ASC10051
আমিনগাঁৱৰ লোকনিৰ্মান বিভাগৰ পৰিদৰ্শন বঙলাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

আলোচনা চক্ৰত মূখ্যবক্তা ৰূপে উপস্থিত থাকে সাংবাদিক বিশ্বজিৎ দাস । আমন্ত্ৰিত অতিথি হিচাপে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্ত উপস্থিত থাকে। জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে সভাপতিত্ব কৰা অনুষ্ঠানত বিশিষ্ট সাহিত্যিক দয়ানন্দ পাঠক, থানেশ্বৰ মালাকৰো উপস্থিত থাকে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত জিলা খনৰ কেবাগৰাকীও জ্যেষ্ঠ আৰু উদীয়মান সাংবাদিকক অভিনন্দন জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক: কালীপূজা অনুষ্ঠিত কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.