ETV Bharat / state

বিজ্ঞাপন বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ দিলীপ শইকীয়াৰ

দৈনিক বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ সন্দৰ্ভত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংসদ দিলীপ শইকীয়াই ৷ সাংসদ গৰাকীয়ে কয়, আদাক দেখি উঠিল গা কাটুৰীয়ে বোলে মোকো খা ৷ মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ দলগাঁও সমষ্টিত বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব যদিও বাকী কেইটা সমষ্টিত আশানুৰূপ চমকপ্ৰদ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বিজেপি ৷ কংগ্ৰেছ দলে হাজাৰ চেষ্টা কৰিলেও বিজেপিৰ সমান হ'ব নোৱাৰে ৷

author img

By

Published : Mar 30, 2021, 10:06 PM IST

বিজ্ঞাপন বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ দিলীপ শইকীয়াৰ
বিজ্ঞাপন বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ দিলীপ শইকীয়াৰ

বাইহাটা,30 মাৰ্চ: কংগ্ৰেছ দলে দৈনিক বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰা সন্দৰ্ভত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংসদ দিলীপ শইকীয়াই ৷ সাংসদ গৰাকীয়ে কয়, আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা ৷ মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ দলগাঁও সমষ্টিত বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব যদিও বাকী কেইটা সমষ্টিত আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বিজেপি ৷ কংগ্ৰেছ দলে হাজাৰ চেষ্টা কৰিলেও বিজেপিৰ সমান হ'ব নোৱাৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে দিলীপ শইকীয়াই ৷

মঙলবাৰে কমলপুৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ এক বৃহৎ ৰেলীত অংশগ্ৰহণ কৰি সাংসদ গৰাকীয়ে কয়, প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ফলাফলৰ পিচতে চৰকাৰ গঠনৰ মেজিক নম্বৰ লাভ কৰিব গতিকে তৃতীয় পৰ্যায়ৰ ফলাফলৰ প্ৰাসংগিকতা নাথাকিব । তৃতীয় পৰ্যায়ত লাভ কৰা আসন সমূহ বোনাচ পইণ্ট হ'ব বুলিও দৃঢ়তাৰে কয় সাংসদ দিলীপ শইকীয়াই ৷

লগতে পঢ়ক: ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ অদীপ কুমাৰ ফুকনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.