গুৱাহাটী,23 এপ্ৰিলঃ কামৰূপ গ্ৰাম্যৰ পলাশবাৰী সমষ্টিৰ এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত এইবাৰ পোন প্ৰথম বাৰৰ বাবে চাৰিটা শাখা পৰিচালনা কৰিছে মহিলাই । প্ৰিজাইডিং, পলিং অফিচাৰৰ পৰা আৰক্ষীলৈ সকলোতে মহিলা নিয়োজিত হোৱা বাবে মিৰ্জা ছোৱালী হাইস্কুলৰ এই কেন্দ্ৰটো আদৰ্শ ভোট কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে কামৰূপ জিলা প্ৰশাসনে। ইপিনে মিৰ্জা ছোৱালী হাইস্কুলৰ এই মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰত ভোটদান কৰি উৎফুল্লিত স্থানীয় লোক। মিৰ্জাৰ এই আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰটোত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল বিশেষভাৱে সক্ষম লোকসকলো। এই কেন্দ্ৰটোত উপস্থিত হৈ ৰাইজৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই ।
দক্ষিণ কামৰূপৰ আদৰ্শ ভোটকেন্দ্ৰত সকলো পৰিচালিত কৰিছে মহিলাই - আদৰ্শ ভোটকেন্দ্ৰ
দক্ষিণ কামৰূপৰ এটা আদৰ্শ ভোটকেন্দ্ৰ। সকলো পৰিচালিত কৰিছে মহিলাই। প্ৰথম বাৰৰ বাবে প্ৰিজাইডিং, পলিং অফিচাৰৰ পৰা আৰক্ষীলৈ সকলোতে নিয়োজিত হৈছে মহিলা ৷
গুৱাহাটী,23 এপ্ৰিলঃ কামৰূপ গ্ৰাম্যৰ পলাশবাৰী সমষ্টিৰ এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত এইবাৰ পোন প্ৰথম বাৰৰ বাবে চাৰিটা শাখা পৰিচালনা কৰিছে মহিলাই । প্ৰিজাইডিং, পলিং অফিচাৰৰ পৰা আৰক্ষীলৈ সকলোতে মহিলা নিয়োজিত হোৱা বাবে মিৰ্জা ছোৱালী হাইস্কুলৰ এই কেন্দ্ৰটো আদৰ্শ ভোট কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে কামৰূপ জিলা প্ৰশাসনে। ইপিনে মিৰ্জা ছোৱালী হাইস্কুলৰ এই মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰত ভোটদান কৰি উৎফুল্লিত স্থানীয় লোক। মিৰ্জাৰ এই আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰটোত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল বিশেষভাৱে সক্ষম লোকসকলো। এই কেন্দ্ৰটোত উপস্থিত হৈ ৰাইজৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই ।
Slug:-A_Kam_Model_women_Vote_Center_821-827_vis+bite+Photo_Ajay_Das
দক্ষিণ কামৰূপৰ এটি আদৰ্শ ভোটকেন্দ্ৰ । সকলো পৰিচালিত কৰিছে মহিলাই । শাৰীৰিকভাৱে সক্ষম লোকো ভোটদান কৰিব ওলাই আহিল আদৰ্শকেন্দ্ৰত । এক প্ৰতিবেদন ।
Vo..কামৰূপ গ্রাম্যৰ পলাশবাৰী সমষ্টিৰ এটি আদৰ্শ ভোটগ্ৰহন কেন্দ্ৰ । পলাশবাৰীৰ মিৰ্জা ছোৱালী হাইস্কুলত এইবাৰ পোন প্ৰথম বাৰৰ বাবে চাৰিটা শাখা পৰিচালনা কৰিছে মহিলাই । পিজিডিং,পুলিং অফিচাৰৰ পৰা আৰক্ষীলৈ আটাইবোৰ মহিলা হোৱা বাবে মিৰ্জা ছোৱালী হাইস্কুলৰ এই কেন্দ্ৰটো আদৰ্শ ভোট কেন্দ্ৰ হিচাপে ঘোষণা হৈছে । ধুনীয়াকৈ সজাই পৰাই তোলা এই ভোটকেন্দ্ৰত কৰ্তব্যৰত মহিলাই এই কেন্দ্ৰ পৰিচালনা কৰি মহিলা বিষয়াই নিজকে গৌৰৱ অনুভৱ কৰে ।
Bite:..কৰ্তব্যৰত মহিলা বিষয়া ।
মিৰ্জা ছোৱালী হাইস্কুলৰ এই আদৰ্শ ভোটকেন্দ্ৰ হিচাপে মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰত ভোটদান কৰি উৎফুল্লিত স্থানীয় লোক । আজিৰ দিনত মহিলা সকলে যে পুৰুষতকৈ কোনো গুণে কম নহয় ই এক নিদৰ্শন বুলি অবিভিত কৰে স্থানীয় লোক সকলে ।
Bite:-ভোটাৰ ।
আনহাতে মিৰ্জাৰ এই আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰটোত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল শাৰীৰিক ভাৱে সক্ষম লোকো । মুঠৰ ওপৰত এইকেন্দ্ৰটোৱে মুহিত কৰিলে সকলোকে । এই কেন্দ্ৰটোত ৰাইজৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে জিলা উপায়ুক্ত কমল কুমা বৈশ্যই ।
Bite.. জিলা উপায়ুক্ত ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam