ETV Bharat / state

অৰুণোদয় আঁচনিৰ ধন যোগ্য জনে পাবঃ সত্যব্ৰত কলিতা

author img

By

Published : Oct 6, 2020, 9:38 PM IST

অৰুণোদয় আঁচনি সন্দৰ্ভত বিধায়ক সত্যব্ৰত কলিতাৰ মন্তব্য ৷ অযোগ্য হিতাধীকাৰীয়ে লাভ নকৰে আঁচনিৰ ধন ৷

MLA Satyabrate Kalita Reaction On Arunodoi Scam
দলঙৰ আধাৰশিলা স্থাপন কৰাৰ মুহূৰ্ত

কামৰূপ, 6 অক্টোবৰ : অৰুণোদয় আঁচনিৰ ধন যোগ্য জনেই পাব । যদি কোনো অযোগ্য হিতাধিকাৰীয়ে অৰুনোদয় আঁচনিৰ ধন লাভ কৰে সেয়া এবাৰহে পাব । তাৰ পিচত আৰু পাবলৈ সক্ষম নহ'ব । এই মন্তব্য প্ৰদান কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ ৷

বিধায়ক সত্যব্ৰত কলিতাৰ মন্তব্য

সমষ্টিটোত নাবাৰ্ডৰ ধনেৰে নিৰ্মান হ'বলগীয়া দুখন দলঙৰ আধাৰশিলা স্থাপন কৰাৰ সময়ত এই মন্তব্য কৰে বিধায়ক গৰাকীয়ে ।

লগতে পঢ়ক : চিৰাঙত প্ৰাক্তন এনডিএফিব সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.