ৰঙিয়া, জুলাই 24 : ৰঙিয়াত সংঘটিত হৈছে এক পাশৱিক ঘটনা ৷ 15 বছৰীয়া কিশোৰৰ কামনাৰ বলি হ'ল এগৰাকী ছয় বছৰীয়া কন্যা শিশু ৷ সম্পৰ্কত শিশুগৰাকীৰ খুৰাক অভিযুক্ত কিশোৰগৰাকী ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ অভিযুক্ত কিশোৰটোৱে নিৰ্যাতন চলাই কন্যাগৰাকীক ৷ পাচত কন্যাগৰাকীৰ শৰীৰত মাকে তেজ প্ৰত্যক্ষ কৰাত হে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ স্থানীয় ৰাইজে কিশোৰটোক আটক কৰি গটাই দিয়ে তুলসীবাৰী আৰক্ষীক ৷
ৰঙিয়াত কিশোৰৰ কামনাৰ বলি কন্যা শিশু - ETV_ASSAM
ৰঙিয়াত সংঘটিত হৈছে এক পাশৱিক ঘটনা ৷ 15 বছৰীয়া কিশোৰৰ কামনাৰ বলি হ'ল এগৰাকী ছয় বছৰীয়া কন্যা শিশু ৷
ৰঙিয়াত কিশোৰৰ কামনাৰ বলি কন্যা শিশু
ৰঙিয়া, জুলাই 24 : ৰঙিয়াত সংঘটিত হৈছে এক পাশৱিক ঘটনা ৷ 15 বছৰীয়া কিশোৰৰ কামনাৰ বলি হ'ল এগৰাকী ছয় বছৰীয়া কন্যা শিশু ৷ সম্পৰ্কত শিশুগৰাকীৰ খুৰাক অভিযুক্ত কিশোৰগৰাকী ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ অভিযুক্ত কিশোৰটোৱে নিৰ্যাতন চলাই কন্যাগৰাকীক ৷ পাচত কন্যাগৰাকীৰ শৰীৰত মাকে তেজ প্ৰত্যক্ষ কৰাত হে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ স্থানীয় ৰাইজে কিশোৰটোক আটক কৰি গটাই দিয়ে তুলসীবাৰী আৰক্ষীক ৷
Intro:ৰঙিয়াত ধৰ্ষণৰ বলি ছয়বছৰীয়া কণমানিBody:তুলসীবাৰি হালিকুছিত অঘটন। বিছেন্নালা শ্বহীদ সুনন্দ শালৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ১৫ বছৰীয়া আফাজ খানে ধৰ্ষণ কৰে এগৰাকী ছয় বছৰীয়া কণমানিক। ঘটনাৰ বিৱৰণ অনুসৰি ভুক্তভোগীৰ সম্বন্ধীয় খুৰাক আফাজ খান মঙলবাৰে গধূলি ফুৰিবলৈ আহিছিল। কিন্তু ঘৰত মানুহ নথকা অৱস্থাৰ সুযোগ লৈ লম্পটটোৱে কণমানি জনীক যৌন নিৰ্যাতন চলাই। পিছত ৰাতি যেতিয়া কণমানি জনীৰ মাতৃয়ে তেজ বিৰিঙি থকা প্ৰত্যক্ষ কৰেন তেতিয়াহে ঘটনা টো পোহৰলৈ আহে। ঘটনাটো জনাজাত হোৱাৰ পিছত স্থানীয় ৰাইজে লম্পটটোক ধৰি বান্ধি থয় আৰু আজি দিনৰ ভাগত পুলিচক গতাই দিয়ে।
Bite:- ভুক্তভোগীৰ পিতৃ আৰু মাতৃConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
Bite:- ভুক্তভোগীৰ পিতৃ আৰু মাতৃConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা