ETV Bharat / state

জালুকবাৰী সমষ্টিৰ খহনীয়াৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই

author img

By

Published : Jun 9, 2021, 10:20 AM IST

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে ৷ পৰিদৰ্শনকালত তেওঁৰ সৈতে উপস্থিত থাকে জলসম্পদ বিভাগৰ কেইবাজনো উচ্চপদস্থ বিষয়া ৷

জালুকবাৰী সমষ্টিৰ খহনীয়াৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই
মুখ্যমন্ত্ৰী সমষ্টিৰ গৰাখহনীয়া বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই

বাইহাটা,9 জুন : ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ মন্ত্ৰীগৰাকীয়ে শ্ৰীহাটী, বাথান, শুৱালকুছিকে ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া হোৱা স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷

জালুকবাৰী সমষ্টিৰ খহনীয়াৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই

পৰিদৰ্শনকালত তেওঁৰ সৈতে উপস্থিত থাকে জলসম্পদ বিভাগৰ কেইবাজনো উচ্চপদস্থ বিষয়া ৷ খহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ পাচতে সাংবাদিকক সম্বোধন কৰে মন্ত্ৰী গৰাকীয়ে ৷ তেওঁ কয় আগন্তুক বাৰিষাত গৰাখহনীয়া ৰোধ কৰাৰ বাবে অস্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ যিহেতু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে, এনে সময়ত খহনীয়া ৰোধৰ স্থায়ী কাম কৰাটো অসম্ভৱ বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

লগতে পঢ়ক: ফেনে-ফুটুকাৰে বাঢ়ি আহিছে আই নদী: জলমগ্ন কেইবাখনো গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.