ETV Bharat / state

মেঘালয়ত গাৰো সম্প্ৰদায়ৰ ৱাংগালা উৎসৱ উদযাপন

অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ৷

মেঘালয়ত গাৰো সম্প্ৰদায়ৰ ৱাংগালা উৎসৱ উদযাপন
author img

By

Published : Nov 10, 2019, 11:23 AM IST

Updated : Nov 10, 2019, 11:30 AM IST

বকো, 10 নৱেম্বৰ: শনিবাৰে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ আচানাংত অনুষ্ঠিত হয় গাৰো সম্প্ৰদায়ৰ পৰম্পৰাগত ৪২ তম '১০০ ড্ৰাম ৱাংগালা উৎসৱ' ৷ যোৱা ৭ নৱেম্বৰ, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই উৎসৱতৰ অন্তিমদিনাৰ কাৰ্যসূচীত গাৰো লোকসকলে তেওঁলোকৰ পৰম্পৰাগত ৱাংগালা নৃত্য প্ৰদৰ্শন কৰে ৷ এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে মেঘালয় ৰাজ্যৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই লগতে পশ্চিম গাৰো পাহাৰ জিলাৰ উপায়ুক্ত ৰাম সিঙ ৷

অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ
উল্লেখযোগ্য যে, গাৰো সম্প্ৰদায়ৰ লোকসকলে প্ৰত্যেক বছৰে খেতিৰ ফচল চপোৱাৰ পিছত পৰম্পৰাগতভাৱে ৱাংগালা উৎসৱ পালন কৰে ৷ গাৰো সকলৰ পৰম্পৰাগত বিভিন্ন খেল, নৃত্য, বাদ্য যন্ত্ৰ বজোৱা প্ৰতিযোগিতা আদি হৈছে এই উৎসৱৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷

আৰু পঢ়ক: বুলবুলৰ প্ৰভাৱ নপৰে অসমতঃ কেৱল মৃদু বৰষুণৰ সম্ভাৱনা উত্তৰ-পূৱত

Intro:Body:৪২ তম '১০০ ড্ৰাম ৱাংগালা উৎসৱ' ত গাৰো সম্প্ৰদায়ৰ পৰম্পৰাগত ৱাংগালা নৃত্য প্ৰদৰ্শন কৰে মেঘালয় ৰাজ্যৰ পশ্চিম গাৰো পাহাৰ জিলাৰ আচানাংত শনিবাৰে। যোৱা ৭ নৱেম্বৰ, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই ঊৎসৱৰ সফল সামৰণি পৰে ৯ নৱেম্বৰ, শনিবাৰে গধূলি। অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে মেঘালয় ৰাজ্যৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই লগতে উপস্থিত থাকে পশ্চিম গাৰো পাহাৰ জিলাৰ উপায়ুক্ত ৰাম সিঙ। ৱাংগালা উৎসৱটি প্ৰত্যেক বছৰে খেতিৰ ফচল চপোৱাৰ পিছত পৰম্পৰাগত ভাৱে গাৰো সম্প্ৰদায়ৰ লোকে পালন কৰে। গাৰো সকলৰ পৰম্পৰাগত বিভিন্ন খেল, নৃত্য, বাদ্য যন্ত্ৰ বজোৱা প্ৰতিযোগিতা আদি এই উৎসৱৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু।Conclusion:
Last Updated : Nov 10, 2019, 11:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.