ETV Bharat / state

সাহিত্য সভাৰ বাকৰিত মায়াৰাম তামুলী সাংবাদিক সন্মিলন - পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক শুৱালকুছি অধিৱেশন শেহতীয়া বাতৰি

সাহিত্য সভাৰ অন্তিম দিনৰ এক গুৰুত্বপূৰ্ণ আছিল মায়াৰাম তামুলী সাংবাদিক সন্মিলন অনুষ্ঠান ৷ মায়াৰাম তামুলী সাংবাদিক সন্মিলনত 'অৰুনোদই' আৰু লক্ষ্মী নাথ ফুকন সাংবাদিক বঁটাৰ লগতে প্ৰদান কৰা হয় পৰাগকুমাৰ দাস যুৱ সাংবাদিক বঁটা আৰু কীৰ্তিনাথ হাজৰিকা বঁটা ৷ এই অনুষ্ঠান উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ মৃদুল হাজৰিকাই ৷

Mayaram Tamuji journalist meet at Sualkuchi Assam Sahitya Sabha
সাহিত্য সভাৰ বাকৰিত মায়াৰাম তামুলী সাংবাদিক সন্মিলন
author img

By

Published : Feb 4, 2020, 11:08 PM IST

শুৱালকুছি,4 ফেব্ৰুৱাৰীঃ মঙলবাৰে সামৰণি পৰে অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক শুৱালকুছি অধিৱেশন ৷ অন্তিম দিনৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল মায়াৰাম তামুলী সাংবাদিক সন্মিলন অনুষ্ঠান ৷ মায়াৰাম তামুলী সাংবাদিক সন্মিলনত 'অৰুনোদই' আৰু লক্ষ্মী নাথ ফুকন সাংবাদিক বঁটাৰ লগতে প্ৰদান কৰা হয় পৰাগকুমাৰ দাস যুৱ সাংবাদিক বঁটা আৰু কীৰ্তিনাথ হাজৰিকা বঁটা ৷ এই অনুষ্ঠান উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়লৰ প্ৰাক্তন উপাচাৰ্য ড৹ মৃদুল হাজৰিকাই ৷ উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে প্ৰশান্ত বৰুৱা আৰু দেৱব্ৰত বৰা ৷

সাহিত্য সভাৰ বাকৰিত মায়াৰাম তামুলী সাংবাদিক সন্মিলন

এই বৰ্ষৰ লক্ষ্মী নাথ ফুকন সাংবাদিক বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাংবাদিক তথা আমাৰ অসম বাতৰি কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুক ৷ সমান্তৰালকৈ পৰাগ কুমাৰ দাস যুৱ সাংবাদিক বঁটা প্ৰদান কৰা হয় সাংবাদিক বশিষ্ট দেৱ ফুকন , তপন কুমাৰ বৰা আৰু মনোৰঞ্জন বড়োক ৷ কীৰ্তিনাথ হাজৰিকা বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাংবাদিক দেৱব্ৰত মিশ্ৰ আৰু বিপুল ডেকাক ৷ ইয়াৰ উপৰিও উক্ত অনুষ্ঠানত বিভিন্ন জিলাৰ পৰা অহা সাংবাদিকসকলক সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক-বিটিআৰ চুক্তিৰ সফলতাৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Intro:অসম সাহিত্য সভাৰ অধিবেশনৰ আজি অন্তিম দিন এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হল ।মায়াৰাম তামুলী সাংবাদিক সন্মিলন।

Body:এই মায়াৰাম তামুলী সাংবাদিক সন্মিলনত 'অৰুনোদই' আৰু লক্ষ্মী নাথ ফুকন সং বাদীক বঁটাৰ লগতে পৰাগকুমাৰ দাস যুৱ বান।এই অনুষ্ঠান উদ্বোধন কৰে অৱসৰ প্ৰাপ্তত উপাচাৰ্য , গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডঃ মৃদুল হাজৰিকা।এই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰশান্ত বৰুৱা, দেৱব্ৰত বৰা। লক্ষ্মী নাথ ফুকন সং বাদীক বঁটা পায় বিশিষ্ট সাংবাদিক তথা আমাৰ অসমৰ বাতৰি কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰু,পৰাগকুমাৰ দাস যুৱ সংবাদীক বঁটা ,সংবাদীক বশিষ্ট দেৱ ফুকন, তপন কুমাৰ বৰা, মনোৰঞ্জন বড়ি আনহাতে কীৰ্তিনাথ হাজৰিকা বঁটা প্ৰদান কৰে সংবাদীক দেৱব্ৰত মিশ্ৰ প্ৰদান কৰে এই সকল সং বাদীক।

Conclusion:।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.