ETV Bharat / state

চি আৰ পিএফৰ ১২৪ বেটেলিয়েনৰ মাস্ক,চেনিটাইজাৰ,খাদ্য সামগ্রী বিতৰণ - উপ-কামাণ্ডাৰ বিএচ যাদৱ

চি আৰ পিএফৰ ১২৪ বেটেলিয়েনে বুধবাৰে সোণাপুৰৰ উৰল আৰু ফাটগাঁৱত ডেৰ শতাধিক শ্ৰমজীৱী পৰিয়ালৰ মাজত মাস্ক,চেনিটাইজাৰ আৰু খাদ্য সামগ্রী বিতৰণ কৰি কোভিড-19ক লৈ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰে ৷

চিআৰপিএফৰ ১২৪ বেটেলিয়েনৰ মাস্ক, চেনিটাইজাৰ, খাদ্য সামগ্রী বিতৰণ

author img

By

Published : Apr 15, 2020, 8:06 PM IST

গুৱাহাটী, 15 এপ্ৰিল : লকডাউনৰ মাজতে চিআৰপিএফ বাহিনীৰ ১২৪ বেটেলিয়েনৰ মহানুভৱতা ৷ বুধবাৰে চি আৰ পিএফৰ ১২৪ বেটেলিয়েনে গুৱাহাটীৰ সোণাপুৰৰ উৰল আৰু ফাটগাঁৱত ডেৰ শতাধিক দৰিদ্ৰ শ্ৰমজীৱী পৰিয়ালৰ মাজত মাস্ক,চেনিটাইজাৰ আৰু খাদ্য সামগ্রী বিতৰণ কৰে ৷

চিআৰপিএফৰ ১২৪ বেটেলিয়েনৰ মাস্ক, চেনিটাইজাৰ, খাদ্য সামগ্রী বিতৰণ

উক্ত কাৰ্যসূচীত বেটেলিয়েনটোৰ কমাণ্ডাৰ সুৰজিৎ কুমাৰ অত্ৰি,উপ-কামাণ্ডাৰ বি. এচ. যাদৱ প্ৰমুখ্যে অন্যান্য উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক: টিংখাঙৰ বিধায়ক বিমল বড়াৰ মহানুভৱতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.