গুৱাহাটী 21 মাৰ্চঃ ভাৰতীয় জনতা পাাৰ্টীৰ মঙ্গলদৈ লোক সভা সমষ্টিত প্ৰাৰ্থীত্ব পাব বুলি আশাবাদীৰাজ্যিক বিজেপিৰ সম্পাদক দিলীপ শইকীয়া । বাইহাটা চাৰিআলিত সাংবাদিকৰ আগত প্ৰকাশ সম্পাদক গৰাকীৰ ।
মঙ্গলদৈ লোকসভা সমষ্টিত বিজেপিৰ যিয়ে প্ৰাৰ্থী নহওক এক নম্বৰত থাকিব বুলিও উল্লেখ কৰে দিলীপ শইকীয়াই ।
বিভিন্ন ৰাজ্যত বিজেপি চৰকাৰ থকা বাবে প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ ভিৰ যঠেষ্ট বুলিও উল্লেখ কৰে । বিজেপিৰ জয় যাতে সুনিশ্চিত হয়তাৰবাবে ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃবৃন্দক সুষ্ঠিৰ ভাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিবলৈ আহ্বান জনায় ৷ লগতে বাইহাটা চাৰিআলিৰ ঐতিহাসিক গোপেশ্বৰ দেৱালয়ত শইকীয়াই আশীষ লোৱাৰ লগতে হলিও খেলিলে দলীয় কৰ্মী সকলৰ লগত ।