ETV Bharat / state

সুৰীয়া মনজিতৰ জীৱন সংগ্ৰাম - ভূপেন হাজৰিকা

দৰিদ্ৰতাই কোঙা কৰা এজন যুৱক ৷ তথাপি হাৰ নমনা এইজন যুৱকে অশেষ পৰিশ্ৰমৰ লগতে চলাই নিছে নিজৰ সংগীত সাধনা ৷ শুৱালকুছিৰ মনজিৎ কাশ্যপ নামৰ শিল্পীসুলভ মনৰ এই যুৱকজনে আমিনগাঁৰ পদ-পথত পান-তামোল, চাহ দোকানেৰে জীৱন নিৰ্বাহ কৰিও সংগীত সাধনাত লিপ্ত ৷

সুৰীয়া মনজিতৰ জীৱন সংগ্ৰাম
author img

By

Published : Oct 26, 2019, 11:59 PM IST

কামৰূপ, 26 অক্টোবৰঃ দৰিদ্ৰতাই কোঙা কৰা এজন যুৱক ৷ তথাপি হাৰ নমনা এইজন যুৱকে অশেষ পৰিশ্ৰমৰ লগতে চলাই নিছে নিজৰ সংগীত সাধনা ৷ শুৱালকুছিৰ মনজিৎ কাশ্যপ নামৰ শিল্পীসুলভ মনৰ এই যুৱকজনে আমিনগাঁৰ পদ-পথত পান-তামোল চাহ দোকানেৰে জীৱন নিৰ্বাহ কৰিও সংগীত সাধনাত জড়িত হৈ আহিছে ৷ মনজিতে ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গলৈ সকলোৰে গীত গাই আপ্লুত কৰে তেওঁৰ দোকানলৈ যোৱা গ্ৰাহকসকলক ৷ আৰ্থিক অনাটনৰ মাজতো নিজৰ গাঁথিৰ ধন ভাঙি শেহতীয়াকৈ মনজিতৰ কণ্ঠত প্ৰকাশ কৰি উলিয়াইছে এটি সুমুধৰ গীত । তেওঁৰ এই জীৱন সংগ্ৰামৰ মাজে মাজে সংগীতৰ সুৰীয়া যাত্ৰা অনাগত দিনতো আগবঢ়াই লৈ যোৱাৰ সাহস দিছে গ্ৰাহকসকলে ৷

সুৰীয়া মনজিতৰ জীৱন সংগ্ৰাম

আৰু পঢ়কঃ প্ৰতিকূল বতৰকো নেওচি বিহপুৰীয়াত চোৰৰ চাফাই অভিযান

Intro:*SLUG= AMINGAON FOOT PATH PAN SHOP SINGER*

SCRIPT= এগৰাকী দৰিদ্ৰতাই কোঙা কৰা শিল্পী । জীৱন যুদ্ধত হাৰ নমনা শিল্পী গৰাকীয়ে চলাই গৈছে আক্লান্ত শ্ৰম । সংগীত তেওঁৰ প্রিয় । তেওঁৰ সুমধুৰ কণ্ঠ শুনিলে আপ্লুত হব আপুনি । দোকানলৈ অহা প্ৰতিজন গ্ৰাহকে শুনে তেওঁৰ সুমধুৰ সংগীতৰ মায়াজাল । তাৰ মাজতেই গাই গৈছে জুবিন-ভূপেন দাৰ গীত । মানৱদৰদী গীতৰে গ্ৰাহকক আমোদ পান দোকানী মনজিত কাশ্যপৰ । আমিনগাওঁ পদ পথত পান-তামোল চাহ দোকানেৰে জীৱন নিৰ্বাহ কৰা মনজিতৰ আছে এটা প্ৰতিভা সূফল মন । Body:এফালে পৰিয়ালক ভৰন পোষন দিয়াৰ বাবে জীৱন সংগ্ৰাম আনফালে শিল্পী সাধনা । সংগীত তেওঁৰ প্রিয় । তেওঁৰ সুমধুৰ কণ্ঠ শুনিলে আপ্লুত হব আপুনি । দোকানলৈ অহা প্ৰতিজন গ্ৰাহকে শুনে তেওঁৰ সুমধুৰ সংগীতৰ মায়াজাল । তাৰ মাজতেই গাই গৈছে জুবিন-ভূপেন দাৰ গীত । মানৱদৰদী গীতৰে গ্ৰাহকক আমোদ পান দোকানী মনজিত কাশ্যপৰ । আমিনগাওঁ পদ পথত পান-তামোল চাহ দোকানেৰে জীৱন নিৰ্বাহ কৰা মনজিতৰ আছে এটা প্ৰতিভা সূফল মন ।Conclusion:গান গাবলৈ বিচাৰে যদিও আৰ্থিক দৈন্যতাৰ বাবে আগুৱাই যাবলৈ সক্ষম নহয় মনজিত । শেহতীয়াকৈ মনজিতৰ কণ্ঠত প্ৰকাশ পাইছে এটি সুমুধৰ গীত । পত্নীৰ গালী খায় হ'লেওঁ গাথিৰ ধন ভাঙি প্ৰস্তুত কৰি উলিয়াইছে গানটো । শুৱালকুছিৰ যুৱক মনজিতৰ মন কণ্ঠশিল্পী হোৱাৰ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.