ETV Bharat / state

বকোৰ তাৰাবাৰীত ধান মিলৰ কৰ্মচাৰী নিহত - বকোৰ বটিয়ামাৰীৰ হাবিল আলী

মঙলবাৰে ধান মিলৰ মেচিনত আঘাতপ্ৰাপ্ত হৈ বকোৰ বটিয়ামাৰীৰ হাবিল আলী নামৰ এজন লোক নিহত হয় ৷ মুৰত আঘাত পোৱাৰ বাবে মৃত্যু মুখত পৰে লোকজন ৷

Labour died
কৰ্মচাৰী নিহত
author img

By

Published : Jan 7, 2020, 3:03 PM IST

কামৰূপ, 7 জানুৱাৰীঃ বকোৰ তাৰাবাৰীত অঘটন ৷ মঙলবাৰে ধান মিলৰ মেচিনত আঘাতপ্ৰাপ্ত হৈ এজন কৰ্মচাৰী মৃত্যুৰ মুখত পৰে ৷ নিহত কৰ্মচাৰীজন বকোৰ বটিয়ামাৰীৰ হাবিল আলী বুলি জানিব পৰা গৈছে ৷

তাৰাবাৰীত ধান মিলৰ কৰ্মচাৰী নিহত
ঘটনা অনুসৰি কৰ্মচাৰী গৰাকীয়ে মেচিনৰ ফিটা পেলাবলৈ যাওঁতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ গুৰুতৰভাৱে মূৰত আঘাত পোৱা বাবে কৰ্মচাৰী গৰাকীৰ মৃত্যু হয় ৷ সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক - মুখ্যমন্ত্ৰীক ‘চান্দা সম্ৰাট’ আখ্যা উপমন্যু হাজৰিকাৰ

Intro:Body:বকোৰ তাৰাবাৰীত অঘটন। ধান মিলৰ মেচিনত আঘাতপ্ৰাপ্ত হৈ নিহত কৰ্মচাৰী হাবিল আলী(৩৫)। চলি থকা মেচিনৰ ফিটা পেলাবলৈ যাওঁতে অঘটন। গুৰুতৰভাৱে মুৰত আঘাতপ্ৰাপ্ত হয় নিহত হাবিল আলী। হাবিল আলীৰ ঘৰ বকোৰ বটিয়ামাৰীত। ঘটনাস্থলীত উপস্থিত হৈ বকো আৰক্ষীৰ তদন্ত আৰম্ভ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.