ETV Bharat / state

কামৰূপ আৰক্ষীৰ জালত পাঁচ বেংক হেকাৰ

author img

By

Published : Dec 7, 2020, 6:13 PM IST

দীৰ্ঘদিনৰ পৰা বেংক হেকিঙৰ জৰিয়তে ৰঙিয়াত তোলপাৰ লগাই পাঁচ বেংক হেকাৰ কামৰূপ আৰক্ষীৰ জালত ৷ দেওবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে নগাঁৱৰ পৰা গ্ৰপ্তাৰ কৰে বেংক হেকিঙৰ লগত জৰিত পাঁচজন ব‍্যক্তিক ৷ ধৃত ব‍্যক্তিকেইজনৰ পৰা আৰক্ষীয়ে মোবাইল ফোন, লেপটপ, প্ৰিণ্টাৰ, স্পাই কেমেৰাসহ বহুকেইখন ভুৱা ভোটাৰ আইডি, ৰবৰ ষ্টাম্প, ডুব্লিকেট এটিএম কাৰ্ড আৰু নগদ পঞ্চশ হাজাৰ টকা জব্দ কৰে ৷

As_rangia_kamrup_police_arrested_five_bank_hacker_vis_AS10040
কামৰূপ আৰক্ষীৰ জালত পাঁচ বেংক হেকাৰ

কামৰূপ, 7 ডিচেম্বৰ: কামৰূপ আৰক্ষীৰ জালত পাঁচ বেংক হেকাৰ ৷ দীৰ্ঘদিনৰ পৰা বেংক হেকিঙৰ জৰিয়তে ৰঙিয়াত তোলপাৰ লগাইছিল এটা বেংক হেকাৰৰ দলে ৷ কিছুদিনৰ পূৰ্বে তিনিজনকৈ ব্যক্তিৰ বেংক একাউন্টৰ পৰা বৃহৎ পৰিমাণৰ ধন হৰলুকি হোৱাৰ পাছতে ৰঙিয়া থানাত ৰুজু কৰা হৈছিল গোচৰ ৷ তাৰ পাছতে কামৰূপ আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ৷ দেওবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে নগাঁৱৰ পৰা বেংক হেকিঙৰ লগত জৰিত পাঁচজন ব‍্যক্তিক গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

কামৰূপ আৰক্ষীৰ জালত পাঁচ বেংক হেকাৰ

উল্লেখ্য যে, বেংক হেকিঙৰ লগত জড়িত ব্যক্তি কেইজনৰ নাম ছৈয়দ আহমেদ লস্কৰ, ফইজ আহমেদ লস্কৰ, তৈমুস আলী লস্কৰ, গুলজাৰ আহমেদ লস্কৰ আৰু ৰছিদ আহমেদ ৷ আটাইকেইজনৰ পৰা আৰক্ষীয়ে মোবাইল ফোন, লেপটপ, প্ৰিণ্টাৰ, স্পাই কেমেৰাসহ বহুকেইখন ভুৱা ভোটাৰ আইডি, ৰবৰ ষ্টাম্প, ডুব্লিকেট এটিএম কাৰ্ড আৰু নগদ পঞ্চশ হাজাৰ টকা জব্দ কৰে ৷ ধৃত ব‍্যক্তিকেইজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: আৰক্ষীৰে বাক যুদ্ধত লিপ্ত হ'ল বিপিএফ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.