ETV Bharat / state

ড্ৰাগছৰ ঘাটি উৎখাত অভিযানত আৰক্ষীক আক্ৰমণ ড্ৰাগছ বেপাৰীৰ

author img

By

Published : Dec 3, 2020, 10:25 AM IST

বুধবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত ড্ৰাগছ বেপাৰীৰ আক্ৰমণৰ বলি হয় কামৰূপ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ফুলকন নাৰ্জাৰীসহ এটা আৰক্ষীৰ দল ৷ আৰক্ষীয়ে 80 টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে ইজাজুল আলী নামৰ এটা ড্ৰাগছ বেপাৰীক আটক কৰে ৷

kamrup dsp attcked by drugs bead
আৰক্ষীক আক্ৰমণ ড্ৰাগছ বেপাৰীৰ

কামৰূপ,3 ডিচেম্বৰ : কামৰূপ (গ্ৰাম্য) জিলাৰ চাংসাৰী থানাৰ অন্তৰ্গত পিয়লীখাটাত বুধবাৰে ড্ৰাগছ বেপাৰীৰ আক্ৰমণৰ বলি হয় মহিলা আৰক্ষী বিষয়াসহ আৰক্ষীৰ দল । কামৰূপ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ফুলকন নাৰ্জাৰী আঘাতপ্ৰাপ্ত হয় এই আক্ৰমণত ৷

আৰক্ষীক আক্ৰমণ ড্ৰাগছ বেপাৰীৰ

পিয়লিখাটাত বুধবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত ড্ৰাগছ বেপাৰীয়ে চোকা অস্ত্ৰ আৰু শিলেৰে আক্ৰমণ কৰে আৰক্ষীৰ দলটোক । আনহাতে, ড্ৰাগছ বেপাৰীৰ পৰিয়ালৰ লগতে ঘটনাস্থলীত উপস্থিত থকা একাংশ লোকেও আক্ৰমণ কৰে আৰক্ষীক।

ঘটনাস্থলীৰ পৰা 80 টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে ইজাজুল আলী নামৰ এটা ড্ৰাগছ বেপাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

লগতে পঢ়ক : মঙলদৈত হাইজেক ট্ৰাকসহ তিনি চোৰক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.