ETV Bharat / state

ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

author img

By

Published : Jun 21, 2020, 5:15 PM IST

ভাৰতীয় সীমা সুৰক্ষা বাহিনী গুৱাহাটী শাখাৰ জোৱানসকলেও দেওবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা পৰিলক্ষিত হয় ।

yoga day
যোগ দিৱস

কামৰূপ, 21 জুনঃ দেওবাৰে সৰ্বত্ৰে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । শেহতীয়া পৰিস্থিতিৰ বাবে যদিও আনুষ্ঠানিকভাৱে যোগ দিৱস পালন কৰিব পৰা নগ'ল তৎসত্বেও বিভিন্ন ঠাইত অনুষ্টুপীয়াকৈ উদযাপিত কৰিছে যোগ দিৱস । এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই ভাৰতীয় সীমা সুৰক্ষা বাহিনী ৷ ভাৰতীয় সীমা সুৰক্ষা বাহিনী গুৱাহাটী শাখাৰ জোৱানসকলেও দেওবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা পৰিলক্ষিত হয় । যোগ অভ্যাসে মানুহৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া সলনি কৰে ।

ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

যাৰ বাবে ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ গুৱাহাটী শাখাৰ জোৱানসকলেও পালন কৰিছে যোগ দিৱস । আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ধুবুৰী, কোচবিহাৰ ফালাকতাৰ লগতে অসমৰ সকলো শাখাতে সামাজিক দূৰত্ব মানি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ গডকাপ্তানি পথে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.