ETV Bharat / state

মহানগৰীৰ কেইবা স্থানত সুৰাৰ বিৰুদ্ধে অভিযান - Etv Bharat

উপ আৰক্ষী অধীক্ষক নন্দিনী কাকতিৰ নেতৃত্বত বশিষ্ঠ আৰক্ষীৰ এটা দলে চলাই অভিযান

মহানগৰীৰ কেইবা স্থানত সুৰাৰ বিৰুদ্ধে অভিযান
author img

By

Published : Aug 2, 2019, 3:08 AM IST

Updated : Aug 2, 2019, 3:54 AM IST

সুৰাৰ বিৰুদ্ধে মহানগৰীৰ কেবাটাও স্থানত অভিযান আৰক্ষীৰ

উপ আৰক্ষী অধীক্ষক নন্দিনী কাকতিৰ নেতৃত্বত বশিষ্ঠ আৰক্ষীৰ এটা দলে চলাই অভিযান

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে কাঠফুলাৰ দৰে গঢ়ি উঠা চুলাইৰ ভাটিসমূহত অভিযান দলটোৰ

অভিযানত জব্দ বহু পৰিমাণৰ নিষিদ্ধ সুৰা

জব্দকৃত সুৰাসমূহ ধ্বংশ কৰে আৰক্ষীৰ দলটোৱে

Intro:
● সুৰাৰ বিৰুদ্ধে সৰৱ হল পূব সংমণ্ডলৰ উপ আৰক্ষী অধীক্ষক নন্দিনী কাকতি । মহানগৰীৰ কেবাটাও স্থানত অভিযান চলাই উপ আৰক্ষী অধীক্ষক গৰাকীয়ে ।

Body:● বশিষ্ঠ আৰক্ষীৰ এটা দললৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ আশে পাশে কাঠ ফুলাৰ দৰে গঢ়ি উঠা চুলাইৰ ভাটি সমূহত অভিযান চলাই আৰক্ষী অধীক্ষক গৰাকী ।

Conclusion:● জব্দ কৰে বহু পৰিমাণৰ নিষিদ্ধ সুৰা ।

● জব্দ কৰা সুৰা সমূহ ধংশ কৰে আৰক্ষীৰ দলটোৱে ।
Last Updated : Aug 2, 2019, 3:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.