ETV Bharat / state

সমগ্ৰ ৰাজ্যতে হিন্দী দিৱস পালন - হিন্দী

1953 চনৰ 14 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ সংবিধানে হিন্দী ভাষাক ৰাজ্য ভাষা হিচাপে স্বীকৃতি দিয়াৰ লগতে হিন্দীক ৰাষ্ট্ৰ ভাষা হিচাপে মান্যতা প্ৰদান কৰিছিল ৷

সমগ্ৰ ৰাজ্যতে হিন্দী দিৱস পালন
author img

By

Published : Sep 15, 2019, 2:19 PM IST

খুমটাই,ৰঙিয়া, 15 ছেপ্টেম্বৰঃ 1953 চনৰ 14 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ সংবিধানে হিন্দী ভাষাক ৰাজ্য ভাষা হিচাপে স্বীকৃতি দিয়াৰ লগতে হিন্দীক ৰাষ্ট্ৰ ভাষা হিচাপে মান্যতা প্ৰদান কৰিছিল৷ সেয়ে শনিবাৰে সমগ্ৰ ভাৰত বৰ্ষৰ লগতে খুমটাই চাহ বাগিচা বাল্য বিকাশ ভৱনৰ উদ্যোগত বিদ্যালয়ৰ প্ৰাংগণত বিশ্ব হিন্দী দিৱস উদযাপন কৰা হয়৷

সমগ্ৰ ৰাজ্যতে হিন্দী দিৱস পালন

একেদৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াতো পালন কৰা হ'ল হিন্দী দিৱস৷ এই উপলক্ষে ৰঙিয়া হিন্দী বিদ্যাপীঠত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই সভাখনত বহুকেইজন গণ্যমান্য ব্যক্তিয়ে হিন্দী ভাষা সম্পৰ্কে ব‍াখ্যা দাঙি ধৰে।

Intro:সমগ্র ভাৰতবৰ্ষৰ লগতে খুমটাই চাহ বাগিচা বাল্য বিকাশ ভৱনৰ উদ্যোগত বিদ্যালয়ৰ প্ৰাঙ্গনত উৎযাপন কৰিলে বিশ্ব হিন্দী দিৱস।

Body:১৯৫৩ চনৰ ১৪ চেপ্তেম্বৰ তাৰিখে ভাৰতৰ সংবিধানে হিন্দী ভাষাক ৰাজ্য ভাষা হিচাপে স্বৃকিতি দিয়াৰ লগতে হিন্দীক ৰাষ্ট্ৰ ভাষা হিচাপে মান্যতা প্ৰদান কৰিছিল। ২০০৭ চনৰ পৰাই ক্ৰমাগত ভাবে খুমটাই চাহ বাগিচা ভাল্য বিকাশ ভৱনৰ উদ্যোগত এই হিন্দী দিৱস পালন কৰি আহিছে।আজি পুৱা ১০ বজাৰ পৰা বিভিন্ন কায্যৰ্সূচিৰ লগতে ছাত্র ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাৰ আট ধৰে বিদ্যালয় খনৰ পৰিচালন সঞ্চালক সোনেশ্বৰ বাঢ়ৈযে।সভাখনৰ সভাপতিত্ব কৰে খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ৰ অধ্যক্ষা সুভাৰাণী শৰ্মাই।এই সভা খনত অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ বিষয়ববীয়াৰ লগতে সমাজকৰ্মী ,সাংবাদিক,মাখনলাল বাঢ়ৈ ,স্থানীয় কেইবাজনো বিষিষ্ট ব্যক্তিযে বক্তৃতা প্ৰদান কৰে।ইয়াৰ উপৰিও বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলকো পুৰস্কাৰ প্ৰদান কৰে উক্ত সভাত।Conclusion:Byte 1/ উদ্যোক্তা।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.