ETV Bharat / state

ভানুক চিনি নাপায় হিমন্তই - লোকসভা নিৰ্বাচন

এম জি ভি কে ভানু সন্দৰ্ভত কোন ভানু বুলি ওলোটাই সাংবাদিকক প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 10 খনৰ 9 খন আসন লাভ কৰাৰ দাবীও কৰে হিমন্ত বিশ্ব শৰ্মাই ।

Himanta campaign
author img

By

Published : Apr 20, 2019, 11:09 AM IST

গুৱাহাটী , 20 এপ্ৰিল: উত্তৰ গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা ৷ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপিৰ ষ্টাৰ কেম্পেইনাৰগৰাকীয়ে ৷

উত্তৰ গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা

এক টকীয়া চাউলৰ পাচত এইবাৰ ৰাজ্যবাসীয়ে 40 টকাৰ কেৰাচিন 20 টকাত আৰু 40 টকাৰ চেনি 15 টকাত লাভ কৰিব । দুই এদিনৰ ভিতৰত কাৰ্যকৰী হ'ব এই সিদ্ধআনত । এম জি ভি কে ভানু সন্দৰ্ভত কোন ভানু বুলি ওলোটাই সাংবাদিকক প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 10 খনৰ 9 খন আসন লাভ কৰাৰ দাবীও কৰে হিমন্ত বিশ্ব শৰ্মাই । হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী নৃত্য সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত জোশ আনিবৰ বাবেই হেনো তেওঁ নাচি বাগি নিৰ্বাচনী প্ৰচাৰ চলায় বুলি কয় মন্ত্ৰীগৰাকীয়ে । আনহাতে মোডীয়ে অসমীয়া ভাষাত ৰাজ্যবাসীক বিহুৰ ওলগ জনালে কিন্তু ৰাহুল গান্ধীয়ে ৰাজ্যবাসীক শুভেচ্ছা জনাবলৈও পাহৰিলে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ।

*SLUG= NORTH GHY HIMANTA CHAMPAINING

SCRIPT= নিশা উত্তৰ গুৱাহাটীত স্থানীয় বিধায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা । উত্তৰ গুৱাহাটীত দুখনকৈ বিশাল নিৰ্বাচনী সভাত অংশ লৈ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ নিজ সমষ্টিবাসীক ভোট ভিক্ষা মন্ত্ৰী গৰাকীৰ । এক টকীয়া চাউলৰ পিছত এইবাৰ ৰাজ্যবাসীয়ে ৪০ টকাৰ কেৰাচিন ২০ টকাত আৰু ৪০ টকাৰ চেনী ১৫ টকাত লাভ কৰিব । দুই এদিনৰ ভিতৰত কাৰ্যকৰী হব এই আচনি । পুনৰ MGVK ভানু সন্দৰ্ভত 
তিৰ্যক মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১০ খনৰ ৯ খন আসন লাভ কৰাৰ দাবী মন্ত্ৰী গৰাকীৰ । পুনৰ হিমন্ত নৃত্য । এইবাৰ নিজ সমষ্টিবাসীৰ সমুখত দেখুবালে মন্ত্ৰী গৰাকীৰ নিৰ্বাচনী নৃত্য । ইফালে হিমন্তৰ বিশ্বৰ নিৰ্বাচনী নৃত্য সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত কলে জোছ আনিবৰ বাবেই হেনো তেওঁ নাচি বাগি নিৰ্বাচনী প্ৰচাৰ চলাই । আনহাতে মোডীয়ে অসমীয়া ভাষাত ৰাজ্যবাসীক বিহুৰ ওলগ জনালে কিন্তু ৰাহুল গান্ধীয়ে ৰাজ্যবাসীক শুভেচ্ছা জনাবলৈও পাহৰিলে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ । 

*VISUAL SEND BY FTP*
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.