ETV Bharat / state

গুৱাহাটীত হনুমানৰ বিশাল মূৰ্তি

আগন্তুক ২৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া হনুমান জয়ন্তী উপলক্ষে থাৰ্মকলেৰে নিৰ্মাণ কৰিছে বিশাল হনুমানৰ মূৰ্তি

author img

By

Published : Apr 17, 2019, 2:51 PM IST

হনুমান জয়ন্তী উপলক্ষে বিশাল মূৰ্তি

কামৰূপ,17এপ্ৰিলঃ বিশ্বাস আৰু নিষ্ঠাৰ প্ৰতীক শ্ৰীশ্ৰীহনুমান বাবাৰ জন্ম সমাৰোহ উপলক্ষে ফাঁচী বজাৰৰ গোল্লাপটীত আয়োজন কৰা হৈছে ১০০ বছৰীয়া শ্ৰীশ্ৰীহনুমান জয়ন্তী ৷ আগন্তুক ২৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া হনুমান জয়ন্তী উপলক্ষে থাৰ্মকলেৰে নিৰ্মাণ কৰিছে বিশাল হনুমানৰ মূৰ্তি ৷ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠা মূৰ্তিটো পশ্চিমবংগৰ পৰা অহা এটা দলে নিৰ্মাণ কৰিছে বুলি জনাইছে উদ্যোক্তাসকলে ৷

Intro:শ্ৰী হনুমান জয়ন্তীৰ বিশাল আয়োজন বাবে নিৰ্মান কৰা হৈছে শ্ৰী হনুমান বিশাল প্ৰতিমা।

Body:বিশ্বাস আৰু নিষ্ঠৰ প্ৰতীক শ্ৰী শ্ৰী হনুমান বাবাৰ জন্ম সমাৰোহ উপলক্ষে ফাঁচী বজাৰৰ গল্লাপটী স্থিত হনুমান মন্দিৰত ২৯ এপ্ৰিলত শ্ৰী শ্ৰী হনুমান জয়ন্তীৰ ১০০ বছৰীয়া জয়ন্তীৰ ভিশাল আয়োজন কৰা হৈছে। আয়োজন কমিটিৰ আৰহবায়ক মনোজ জালান কয়যে শ্ৰী শ্ৰী হনুমান জয়ন্তীৰ মুখ্য পাণ্ডেলৰ শীৰ্ষ ভাগত থাৰমোকলৰে নিৰ্মিত বিশাল শ্ৰী হনুমান মূৰ্তি লগোৱা হব। যাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয় উঠিছে। পশ্চিম বংগৰ পৰা অহা এটা দলে থাৰমোকলৰে বিশাল শ্ৰী হানুমানৰ প্ৰতিম নিৰ্মানৰ কামত দিনে ৰাতি ব্যস্ত আছে। থাৰমোকলৰে নিৰ্মিত বিশাল হনুমান এইবাৰ আকৰ্ষণৰ কেন্দ্ৰ হব শ্ৰী হনুমান জয়ন্তীৰ।

Byte 1 and2

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.