ETV Bharat / state

সনাতন ডেকাৰ বাসগৃহত উপস্থিত ইমামীৰ কৰ্তৃপক্ষৰ লগতে বিভিন্ন দল সংগঠন

author img

By

Published : May 28, 2020, 3:04 PM IST

হাজোৰ তেতেলিয়াত হত্যাকাণ্ড নিহত হোবা সনাতন ডেকাৰ বাসগৃত পছৰীয়াস্থীত ইমামী প্ৰতিস্থানৰ কৰ্ত্তৃপক্ষৰ লগতে সদেী গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদৰ এটা সজাতি দলে ৷

santan deka house visit emami institution  repesantitaive
সনাতন ডেকাৰ বাসগৃহত উপস্থিত ইমামীৰ কৰ্তৃপক্ষ

কামৰূপ,28মেঃ হাজোৰ তেতলিয়াৰ নৃসংশ হত্যাকাণ্ডত নিহত হোৱা সনাতন ডেকাৰ পৰিয়ালক ইমামী কৰ্তৃপক্ষৰ ফালৰ পৰা ১০ হাজাৰ টকাৰ সাহাৰ্য্য প্ৰদান কৰে সনাতন ডেকাৰ বাসগৃহত উপস্থিত হৈ ৷ নিহত সনাতন ডেকাৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। দদৰাৰ পছৰীয়াস্থিত ইমামী প্ৰতিষ্ঠানত সনাতন ডেকাই পূৰ্বৰ পৰা কাম কৰি আহিছিল। ইপিনে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই সনাতন ডেকাৰ পৰিয়ালক আৰ্থিক সাহায্যৰ দিযাৰ লগতে তেওঁ পৰিয়ালটোৰ এবছৰৰ খৰছ বহন কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷

আনহাতে নিহত সনাতন ডেকাৰ বাসগৃহত গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদৰ নেতা আজিজুল ৰহমান নেতৃত্বত এটা সজাতি দলে সনাতন ডেকাৰ বাসগৃহত উপস্থিত হৈ আত্মাৰ চিৰ শান্তি কামনা কৰে ৷ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰি দোষীক উচিত শাস্তিৰ দাবী জনাই আজিজুল ৰহমানে। ইপিনে ঘটনাৰ উচিত তদন্ত বিচাৰি হাজো আৰক্ষী থানাত ইতিমধ্যে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ হাজো আঞ্চলিক সমিতিয়ে এজাহাৰ দাখিল কৰিছে।

লগতে পঢ়কঃ কিছুসময় পিচতে ডিব্ৰুগড়ত উপস্থিত হ'ব প্ৰথমখন যাত্ৰীবাহী বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.