ETV Bharat / state

পাণ্ডু পোৰ্টৰ বিসৰ্জন ঘাট পৰিদৰ্শন উপায়ুক্ত বিশ্বজিৎ পেগুৰ - পাণ্ডু পোৰ্টৰ বিসৰ্জন ঘাট

পাণ্ডু পোৰ্টৰ পূৰ্বৰ স্থানতে হ'ব বিসৰ্জন প্ৰক্ৰিয়া ৷ তাৰোপৰি মহানগৰীৰ সাওকুচী, জ্যোতিকুচী, কাছমাৰী ঘাটকে ধৰি প্ৰায় ৭স্থানত হ'ব দেৱী প্ৰতিমা বিসৰ্জন ৷

পাণ্ডু পোৰ্টৰ বিসৰ্জন ঘাট পৰিদৰ্শন উপায়ুক্ত বিশ্বজিৎ পেগুৰ
author img

By

Published : Oct 1, 2019, 11:26 PM IST

গুৱাহাটী, 1 অক্টোৱৰঃ দেশৰ সৰ্বত্ৰে এতিয়া দুৰ্গতিনাশিনী মা দুৰ্গাক আদৰাৰ প্ৰস্তুতি ৷ শান্তিপূৰ্ণভাৱে পূজা অনুষ্ঠিত কৰাৰ বাবে তৎপৰ হৈ পৰিছে কামৰূপ জিলা প্ৰশাসন আৰু আৰক্ষী ৷ মঙলবাৰে বিসৰ্জন ঘাট পৰিদৰ্শন কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷ পূজাৰ লগতে দেৱীৰ প্ৰতিমা বিসৰ্জনত যাতে কোনো অসুবিধা নহয় তাৰ বাবে জিলা প্ৰশাসনে হাতত লৈছে বিশেষ ব্যৱস্থা ৷

পাণ্ডু পোৰ্টৰ বিসৰ্জন ঘাট পৰিদৰ্শন উপায়ুক্ত বিশ্বজিৎ পেগুৰ

পাণ্ডু পোৰ্টৰ বিসৰ্জন ঘাট পৰিদৰ্শন কৰি জিলা উপায়ুক্তগৰাকীয়ে স্বচ্ছতাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ বিসৰ্জন কমিটিক নিৰ্দেশ দিয়ে ৷ পাণ্ডু পোৰ্টৰ পূৰ্বৰ স্থানতে হ'ব বিসৰ্জন প্ৰক্ৰিয়া ৷ তাৰোপৰি মহানগৰীৰ সাওকুচী, জ্যোতিকুচী, কাছমাৰী ঘাটকে ধৰি প্ৰায় ৭স্থানত হ'ব বিসৰ্জন ৷ ইতিমধ্যে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷

Intro:দেশৰ বিভিন্ন প্ৰান্তৰ লগতে এতিয়া সৰ্বত্ৰে এতিয়া দুৰ্গতিনাশিনী মা দুৰ্গাক আদৰাৰ প্ৰস্তুতি।শান্তিপূৰ্ণভাৱে পূজা অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী তৎপৰ হৈ পৰিছে। মংগলবাৰে বিসৰ্জন ঘাট পৰিদৰ্শন কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে। পূজাৰ লগতে দেৱীৰ প্ৰতিমা বিসৰ্জনত যাতে কোনো অসুবিধা নহয় তাৰ বাবে জিলা প্ৰশাসনে হাতত লৈছে বিশেষ ব্যৱস্থা। পাণ্ডু পোৰ্টৰ বিসৰ্জন ঘাট পৰিদৰ্শন কৰি স্বচ্ছতাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ বিসৰ্জন কমিটি নিৰ্দেশ দিয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে। পাণ্ডু পোৰ্টৰ পূৰ্বৰ স্থানতে হ'ব বিসৰ্জন প্ৰক্ৰিয়া। তাৰোপৰি মহানগৰীৰ সাওকুচী, জ্যোতিকুচী, কাছমাৰী ঘাটকে ধৰি প্ৰায় ৭স্থানত হ'ব বিসৰ্জন। ইতিমধ্যেই যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.