ETV Bharat / state

নাৰী নিৰ্যাতনঃ ষড়যন্ত্ৰৰ বলি হৈছে  'ফেকাল্টী হায়াৰ চেকেণ্ডাৰী স্কুল'ৰ অধ্যক্ষ! - অধ্যক্ষ

সংবাদমেলখনত শিক্ষক-কৰ্মচাৰী সকলে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিক্ষক গৰাকীয়ে কোনো কাৰণতে এগৰাকী যুৱতীক চলন্ত বাছত নিৰ্যাতন চলোৱা কথা মানি ল'ব নোৱাৰি বুলি স্পষ্ট কৰি দিয়ে ৷ লগতে বিদ্যালয়খনত 30 বছৰ শিক্ষকতা কৰা শিক্ষকগৰাকীয়ে যুৱতী, মহিলা, ছাত্ৰীৰ তথা মহিলা কৰ্মচাৰীক কোনো দিনে বেয়া ব্যৱহাৰ নাইবা বেয়া ইংগিত প্ৰদান কৰাৰ কোনো উদাহৰণ নাই বুলিও দাবী কৰে৷

'ফেকাল্টী উচ্চতৰ মাধ্যমিক বিদ্যালয়'ৰ অধ্যক্ষ যুগল বৰা
author img

By

Published : Sep 24, 2019, 4:46 PM IST

গুৱাহাটী, 24 চেপ্টেম্বৰঃ বিৰ্তকত মহানগৰীৰ 'ফেকাল্টী হায়াৰ চেকেণ্ডাৰী স্কুল' ৷ বিদ্যালয়ৰ চলন্ত বাছত নাৰী নিৰ্যাতনৰ অভিযোগ ৷ বিদ্যালয় কৰ্তৃপক্ষৰ মতে এইয়া অধ্যক্ষ যুগল চন্দ্ৰ বৰা গভীৰ ষড়যন্ত্ৰ । ''ফেকাল্টী হায়াৰ চেকেণ্ডাৰী স্কুল''ৰ অধ্যক্ষ যুগল বৰাৰ বিৰুদ্ধে চলন্ত বাছত এগৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ সেই সময়ত বাছত থকা যাত্ৰী এগৰাকীয়ে সমগ্ৰ দৃশ্য ম'বাইলত বন্দী কৰিছিল৷ ইয়াৰ পাচতে সৃষ্টি হৈছিল হৈ-চৈ ৷ নিৰ্যাতিতা যুৱতী গৰাকীৰ অভিযোগ আৰু ভিডিঅ'ৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে অধ্যক্ষ গৰাকীক ৷

চলন্ত বাছত বন্দী কৰা দৃশ্য

ইয়াৰ পাচতে আজি বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীয়ে আয়োজন কৰে এখন সংবাদমেল ৷ সংবাদমেলখনত শিক্ষক-কৰ্মচাৰী সকলে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিক্ষক গৰাকীয়ে কোনো কাৰণতে এগৰাকী যুৱতীক চলন্ত বাছত নিৰ্যাতন চলোৱা কথা মানি ল'ব নোৱাৰি বুলি স্পষ্ট কৰি দিয়ে ৷ লগতে বিদ্যালয়খনত 30 বছৰ শিক্ষকতা কৰা শিক্ষকগৰাকীয়ে যুৱতী, মহিলা, ছাত্ৰীৰ তথা মহিলা কৰ্মচাৰীক কোনো দিনে বেয়া ব্যৱহাৰ নাইবা বেয়া ইংগিত প্ৰদান কৰাৰ কোনো উদাহৰণ নাই বুলিও দাবী কৰে৷

আটকাধীন অধ্যক্ষ !

তেওঁলোকৰ অভিযোগ যে, কোনো দুষ্ট চক্ৰই অসৎ অভিসন্ধিৰে অত্যন্ত অমায়িক আৰু নম্ৰ স্বভাৱৰ শিক্ষক গৰাকীৰ ভাবমূৰ্তি ম্লান কৰাৰ চেষ্টা চলাইছে ৷ ইয়াৰোপৰিও বিদ্যালয়খনৰ গৰিমা লাঘৱ কৰাৰ বাবে এটা চক্ৰই এনে ষড়যন্ত্ৰ ৰচিব পাৰে বুলিও সন্দেহ ব্যক্ত কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷

Intro:*ষড়যন্ত্ৰৰ বলী হৈছে ফেকাল্টী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ*

*বিদ্যালয়ৰ গৰীমা লাঘব কৰাৰ বাবে দুষ্টচক্ৰৰ এই যড়যন্ত্ৰ*

*চলন্ত বাছত যুৱতী নিৰ্যাতন সন্দৰ্ভত ফেকাল্টী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংবাদ মেল
Body:Script : ৰাজ্যৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান ফেকাল্টী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ যুগল চন্দ্ৰ বৰা গভীৰ ষড়যন্ত্ৰৰ বলী হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় কৰ্ত্তৃপক্ষই । বিদ্যালয় কৰ্ত্তৃপক্ষ আৰু শিক্ষক কৰ্মচাৰী সকলে এক সংবাদ মেল যোগে কৃতী শিক্ষক গৰাকী দুষ্ট চক্ৰৰ ষড়যন্ত্ৰৰ বলী হোৱা বুলি দাবী কৰে । বিদ্যালয় প্ৰাংগণত শিক্ষক কৰ্মচাৰী সকলে ৰাষ্টীয় বঁটা প্ৰাপক শিক্ষক গৰাকীয়ে কোনো কাৰনতে এগৰাকী যুৱতীক চলন্ত বাছত নিৰ্যাতন চলোৱা কথা মানি ল'ব নোৱাৰি বুলি ষ্পষ্ট কৰি দিয়ে । ফেকাল্টী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩০ বছৰ শিক্ষকতা কৰা শিক্ষক গৰাকীৰ যুৱতী,মহিলা,ছাত্ৰীৰ,মহিলা কৰ্মচাৰীক কোনো দিনে বেয়া ব্যৱহাৰ নাইবা বেয়া ইংগিত প্ৰদান কৰাৰ উদাহৰন নাই বুলি সংব্যাদ মেলখনত দাবী কৰে শিক্ষক কৰ্মচাৰীসকলে । অত্যন্ত অমায়িক আৰু নম্ৰ স্বভাৱৰ শিক্ষক গৰাকীক কোনো দুষ্ট চক্ৰই অসৎ অভিসন্ধিৰে ভাবমূৰ্তি ম্লান কৰাৰ চেষ্টা কৰা বুলিও অভিযোগ তোলে সহকৰ্মী সকলে ।Conclusion:সংবাদমেলখনতে বিদ্যালয়খনৰ গৰীমা লাঘব কৰাৰ বাবে এটা চক্ৰই এনে ষৰযন্ত্ৰ ৰচিব পাৰে বুলি সন্দেহ ব্যক্ত কৰে বিদ্যালয়খনৰ কতৃপক্ষ আৰু শিক্ষক সকলে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.